চেকুলাৰিজম ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম

কিতাপৰ নাম – চেকুলাৰিজম ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম (দ্বিতীয় সংস্কৰণ)

লিখক – মূল – সীতাৰাম গোয়েল, অনুবাদক – শ্ৰী দিগন্ত বিশ্ব শৰ্মা

প্ৰকাশক – প্ৰাচী প্ৰকাশন, কে বি ৰোড, পল্টন বজাৰ, গুৱাহাটী -৮

মূল্য – ৩০ টকা

চেকুলাৰিজমৰ প্ৰকৃত অৰ্থ কি?

চেকুলাৰিজম আৰু ৰাষ্ট্ৰদ্ৰোহ সমাৰ্থক নে?

চেকুলাৰিজম শব্দটো মৌলবাদী চিন্তাধাৰাৰ ঢাল স্বৰূপ নেকি?

চেকুলাৰিজমে আমাৰ জাতীয় চেতনা, জাতীয় চিন্তাধাৰা, জাতীয় পৰম্পৰাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে নেকি?

এই সকলো বিলাক প্ৰশ্নৰ উত্তৰ এই পুথিখনত পাব৷