হিন্দুত্ব এক জীৱন পদ্ধতি

Untitled-2

কিতাপৰ নাম – হিন্দুত্ব এক জীৱন পদ্ধতি

প্ৰকাশক – প্ৰাচী প্ৰকাশন, কে বি ৰোড, পল্টন বজাৰ, গুৱাহাটী- ৮

মূল্য- ২৫ টকা

হিন্দুত্ব ধৰ্ম নহয়, জীৱন পদ্ধতিহে —

হিন্দুত্ব পন্থ নহয়, বিচাৰ ধাৰাহে —

হিন্দুত্ব কোনো কল্পনা প্ৰসূত শাস্ত্ৰৰ অনুগমন নহয়, ই চিৰন্তন, বিশ্ব কল্যাণ, বিশ্ব ভ্ৰাতৃত্ব আদিৰ পথ প্ৰদৰ্শক —

এই সকলো বিলাক কথা এই পুথিখনত সন্নিবিষ্ট কৰা হৈছে৷ প্ৰতিজন পাঠকৰ বাবে অৱশ্য পঠনীয় এই গ্ৰন্থ৷