Closing ceremony of First year OTC at Hojai,Assam.

হোজাইৰ গীতাশ্ৰমত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( RSS ) উত্তৰ অসম প্ৰান্তৰ সংঘ শিক্ষা বৰ্গ, প্ৰথম বৰ্ষৰ সমাপন কাৰ্য্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী শ্ৰীযুত উদ্ধৱ ভৰালী দেৱ।

Glimpses of the closing ceremony of First year OTC at Hojai,Assam.