যোগ গুৰুকুল অসমৰ সৌজন্যত ক’ভিড-১৯ সজাগতা অভিযান

যোগ গুৰুকুল অসমৰ সৌজন্যত ক’ভিড-১৯ সজাগতা অভিযান

গুৱাহাটীৰ আঠমাইলত অসমীয়া নেপালী সংৰক্ষণ ন্যাসৰ গো -পালক সকলৰ মাজত যোগ গুৰুকূল অসমৰ কভিড ১৯ৰ সজাগতা অভিযান।

বিশেষকৈ ক’ভিড-১৯
মহামাৰীৰ ক্ষেত্ৰত ল’বলগীয়া সজাগতা সমুহ যেনে- সঘনাই হাত ধোৱা, চেনিটাইজেচন কৰা, মুখ আৰু নাক ঢাকি মাস্ক পৰিধান কৰা, সামাজিক দুৰত্ব মানি চলা, অনাহকত ঘৰৰ পৰা বাহিৰলৈ নোলোৱা আদিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে সজাগত শিবিৰত। চিকিৎসা শিবিৰটো পৰিচালনা কৰে যোগ গুৰু