News Publications অসমীয়া বাৰেলীত এটি কণমানি হিন্দু শিশুক চুন্নত কৰাৰ অভিযোগত বাতিল হল এম খান চিকিৎসালৰ অনুজ্ঞাপত্ৰ | ADMIN June 27, 2023 1 min read বাৰেলীত এটি কণমানি হিন্দু শিশুক চুন্নত কৰাৰ অভিযোগত এম খান চিকিৎসালৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে । এতিয়াৰে পৰা নতুন ৰোগীক চিকিৎসালত ভৰ্তি কৰাব নোৱাৰিব। ভৰ্তি হোৱা ৰোগীক স্থানান্তৰিত কৰাটো চিকিৎসালয় পৰিচালনাৰ দায়িত্ব। দুবছৰীয়া পুত্ৰৰ চিকিৎসাৰ বাবে ষ্টেডিয়াম ৰোডৰ এম খান হাস্পতালত উপস্থিত হৈছিল হিন্দু দম্পতীহাল। অভিযোগ অনুসৰি চিকিৎসকে পিতৃ-মাতৃক অৱগত নকৰাকৈয়ে শিশুটিৰ চুন্নত কৰে। চিএমঅ’ ডাঃ বলবীৰ সিঙে কয় যে শিশুটিৰ অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসালয় পৰিচালনা সমিতিয়ে পৰিয়ালৰ সদস্যসকলক সঠিক তথ্য দিয়া নাছিল। অভিযোগৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ কৰ্তৃপক্ষলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ’ব। Tags: #BreakingNews #NewsBharatiNe #NewsUpdate Continue Reading Previous Previous post: Indian Army releases video: Women in Manipur deliberately blocking military operations aimed to restore peaceNext Next post: 27 जून, महाराजा रणजीत सिंह पुण्यतिथि. Related News আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি, ভক্তিৰসত বুৰ গৈছে ৰাজ্য আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি, ভক্তিৰসত বুৰ গৈছে ৰাজ্য October 12, 2024 Vijayadashami Utsav 2024 – Excerpts of the Speech by RSS Sarsanghchalak Mohan Bhagwat Ji Vijayadashami Utsav 2024 – Excerpts of the Speech by RSS Sarsanghchalak Mohan Bhagwat Ji October 12, 2024