Articles Posted in the " অসমীয়া " Category

  • ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ অনুষ্ঠানত RSSৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিংহ।

    ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ অনুষ্ঠানত RSSৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিংহ । পৰ্যাবৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই বিশ্বত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বৰ্তমান বিশ্বৰ সন্মুখত পৰ্য্যাবৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই বিশ্বত ডাঙৰ প্ৰত্যাহ্বান হিচাবে থিয় দিছে । এই ক্ষেত্ৰত বিশ্বৰ বিজ্ঞানী সকলে ইয়াৰ ভয়াবহতাৰ বিষয়ে বাৰে বাৰে সকীয়াই আহিছে । আনকিৰাষ্ট্ৰ সংঘয়ো সময়ে সময়ে বিভিন্ন দেশ সমূহক […]


  • বিদ্যা ভাৰতীৰ কাৰ্য ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালীৰ বিকাশ কৰিব লাগে: ৰবি কুমাৰ।

    বিদ্যা ভাৰতীৰ কাৰ্য ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালীৰ বিকাশ কৰিব লাগে:ৰবিকুমাৰ। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ অনলাইন বৈঠক সম্পন্ন। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ অনলাইন বৈঠক “গুগল মীট”ৰ জৰিয়তে সম্পন্ন হ’ল।এই বৈঠকত বিদ্যা ভাৰতী প্ৰচাৰ বিভাগৰ অখিল ভাৰতীয় স্‌‌ংযোজক ৰবি কুমাৰ দেৱে অংশ গ্ৰহণ কৰিলে। বৈঠকত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ মন্ত্ৰী সাচিৰাম পায়েঙ,সহ সংগঠন মন্ত্ৰী […]


  • অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডল – অসম ক্ষেত্ৰৰ বৈঠক আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে

    ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডল বৈঠক অসম ক্ষেত্র ২,৩ ডিচেম্বৰ , ২০২০ প্রতি বছৰৰ দৰে এইবছৰাে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডল বৈঠক যােৱা অক্টোবৰ মাহত উত্তৰ প্ৰদেশৰ প্রয়াগত হােৱাৰ কথা আছিল । যিহেতু বিশ্বাসী ক’ৰণা মহামাৰী ভাইৰাচ ( ক’ভিড -19 ) ৰ বাবে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি 100 জনতকৈ অধিক লােক […]





  • প পূ সৰসংঘচালক ডা০ মোহন ভাগৱতৰ বিজয়া দশমী উৎসৱত দিয়া ভাষণ

    প পূ সৰসংঘচালক ডা০ মোহন ভাগৱতৰ বিজয়া দশমী উৎসৱত দিয়া ভাষণৰবিবাৰ, দিনাংক ২৫ অক্টোবৰ ২০২০ আনবাৰৰ তুলনাত এইবাৰৰ বিজয়া দশমী উৎসৱৰ সংখ্যা কম হোৱাটো আমি দেখিবলৈ পাইছো। ইয়াৰ কাৰণ আমি সকলোৱে জানো। কৰোণা মহামাৰীৰ বাবে সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান সীমিত কৰি দিয়া হৈছে।যোৱা মাৰ্চ মাহৰ পৰাই পৃথিৱীৰ সমস্ত ঘটনাৰাজিক কৰোণা মহামাৰীৰ প্ৰভাৱে যেন ঢাকি পেলাইছে। […]



  • ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই অসমত উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ “MyNEP” প্ৰতিযোগিতা

    ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই অসমত উদ্বোধন কৰিলে বিদ্যা ভাৰতীৰ “MyNEP” প্ৰতিযোগিতা গুৱাহাটীঃ বিদ্যা ভাৰতীৰ দ্বাৰা কাৰ্যকৰী কৰা ‘মোৰ শিক্ষা-মোৰ ভাৰত’ “MyNEP” প্ৰতিযোগিতাখনি আজি অসমত উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজ্যিক শিক্ষামন্ত্ৰী শ্ৰী ভৱেশ কলিতাই৷ বিদ্যা ভাৰতীৰ দ্বাৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ জৰিয়তে শিক্ষা খণ্ডত হ’বলগীয়া যুগান্তকাৰী পৰিবৰ্তনক প্ৰতিগৰাকী লোকৰ ওচৰলৈ নিয়াৰ প্ৰয়াস কৰি ১৩ টা ভাষাত সৰ্বভাৰতীয় […]


  • ॥ছাত্ৰসন্থাৰ নতুন ৰাজনৈতিক দল গঠনৰ দুঃস্বপ্ন ॥

    ॥ছাত্ৰসন্থাৰ নতুন ৰাজনৈতিক দল গঠনৰ দুঃস্বপ্ন ॥সদৌ অসম ছাত্ৰ —অসমৰ মাটিত ওপজা এটা জাতীয় অৰাজনৈতিক সংগঠন । আমাৰ জাতীয় জীৱনৰ সংকটে- সম্পদে ছাত্ৰসন্থাই জন্মলগ্নৰে পৰা অতন্দ্ৰপ্ৰহৰীৰ ভূমিকা পালন কৰা কথা সংগঠনটোৱে ডিঙিফুলাই কৈ আহিছে । আমাৰ জাতীয় ইতিহাসৰ এটা বিশেষ সন্ধিক্ষণত ছাত্ৰসন্থাই প্ৰসৱ কৰা ‘অসম গণ পৰিষদে’ আঞ্চলিকতাবাদৰ সুঁতিয়েদি এটা পৰ্যায়লৈ আগবাঢ়ি গৈ ৰাজনৈতিক অপৰিপক্কতা […]