সম্প্ৰতি গাজা ষ্ট্ৰিপত বোমা আৰু ৰকেট, মৰ্টাৰে গুলীৰ বৰষুণ চলি আছে যদিও বিশ্বই ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধবিৰতিৰ চেষ্টা অব্যাহত ৰাখিছে । যি সময়ত গাজাত ইজৰাইল আৰু হামাছৰ মাজত তীব্ৰ যুদ্ধ চলি আছে , সেইসময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ইজৰাইললৈ অস্ত্ৰ ক্ৰয়ৰ বাবে অনুমোদন জনোৱা বাতৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ৰাষ্ট্ৰসংঘৰ তথ্য মতে […]
কভিড-১৯ মহামাৰীয়ে সমগ্র বিশ্বত লাখ লাখ লোকৰ প্ৰাণহানি কৰাৰ লগতে আক্রান্তৰ সংখ্যাই ভাৰতবৰ্ষটো জটিলতাৰ সৃষ্টি কৰি আহিছে। দেশ-ৰাজ্যৰ এনে জটিল সন্ধিক্ষণত হাতে কামে আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে। নিজৰ জীবনৰ কথা চিন্তা নকৰি স্বয়ংসেৱক সকলে দেশ আৰু দহৰ স্বাৰ্থত অহৰহ ভাবে কাম কৰি আহিছে। আনকি কভিড-১৯ আক্রান্ত সকলৰ শুশ্রূষা কৰাৰ উপৰিও আংশিক লকডাউনৰ […]
ভাৰতবৰ্ষ এনে এখন বিচিত্র দেশ যি সকলে বিচ্ছিন্নতাৰ কথা কয় তেওঁলোকক z+ নিৰাপত্তা প্ৰদান কৰা হয় , ৰাষ্ট্ৰৰ ৰক্ষক সকলক শিল নিক্ষেপ কৰা সকলক পুৰস্কৃত কৰা হ্য় । সন্ত্ৰাসবাদীৰ বাবে মাজনিশা আদালতৰ দুৱাৰ খুলি বিচাৰ কক্ষ স্হাপন কৰা হয় । এজন মানুহৰ কেৱল এটা নামক লৈ ইমান বিৰক্ত কিয় এচাম লোক ? বিগত ৭৫ বছৰ […]
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংসদ জো উইলচনে মঙলবাৰে কৰোনা সংকটৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰে। তদুপৰি, ভাৰতে শীঘ্ৰেই কৰ’নাৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিব বুলিও সাংসদগৰাকীয়ে আশা ব্যক্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ অংশীদাৰীত্বৰ কথা উল্লেখ কৰি উইলচনে মন্তব্য কৰে যে মহামাৰীৰ বিৰুদ্ধে মোকাবিলাৰ বাবে ভাৰতক প্ৰয়োজনীয় সঁজুলি যোগান ধৰাৰ বাবে সংসদৰ সমৰ্থন আৰু প্ৰচেষ্টাৰ বাবে তেওঁ […]
গুৱাহাটী ১৪ মে ঃ” পশ্চিমবংগৰ নিৰ্বাচনী হিংসাই অশনি সংকেত কঢ়িয়াইছে দেশলৈ ৷এই প্ৰৱণতা ৰোধ কৰিব নোৱাৰিলে ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিব ভাৰতবৰ্ষই ” ৷ — এই মন্তব্য বিশিষ্ট সাংবাদিক , লেখক,পদ্মভূষণ ডঃ স্বপন দাসগুপ্তাৰ ৷বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ দ্বাৰা আয়োজিত ‘ পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসা আৰু সংবাদ মাধ্যমৰ সহাৰি ‘ শীৰ্ষক অনলাইন আলোচনা চক্ৰত আজি বিশিষ্ট […]
নতুন দিল্লী, ১৫ মেঃ ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচলক শ্ৰী মোহনজী ভাগৱতে আজি কৰ’না সন্দৰ্ভত ভাৰতবাসীক উদ্দেশ্যি কয় যে ভাৰতীয় সমাজে নিশ্চিতভাৱে দৃঢ়তা, নিৰন্তৰ প্ৰচেষ্টা আৰু ধৈৰ্য্যৰে কৰোনা জয় কৰিব। তেওঁ কয় যে দেশৰ জটিলতাৰ এইসময়ত গুণাগুণ আৰু দোষৰ বিষয়ে আলোচনা কৰাৰ সময় নহয়, কিন্তু এই সময়ত সমাজৰ সকলো শ্ৰেণীয়ে একেলগে কাম কৰি সামূহিক প্ৰচেষ্টা কৰিব […]
ভাৰতীয় সমাজে ধৈৰ্য্য আৰু সাহসেৰে কৰোনা সংকট দূৰ কৰিব – শংকৰাচাৰ্য বিজয়েন্দ্ৰ সৰস্বতী। হতাশাৰ পৰা কোনো নেতিবাচক ভাব নোহোৱাকৈ কৰোনাৰ বিৰুদ্ধে যুদ্ধ জয় কৰিব সোনল মানসিঙে শৃংখলাটোৰ তৃতীয় দিনা ‘হাম জীতেংগে- পজিটিভিটি আনলিমিটেড’ শংকৰাচাৰ্য বিজয়েন্দ্ৰ সৰস্বতীজী আৰু প্ৰসিদ্ধ শিল্পী সোনল মানসিঙে ভাৰতীয় সমাজক নিজৰ ওপৰত বিশ্বাস বজাই ৰাখি চাৰিওফালে যিমান পৰা যায় সিমান ইতিবাচক চিন্তা-ধাৰণা […]
সমগ্র বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ইজৰাইল আৰু পেলেষ্টাইনৰ ওপৰত। এনে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলৰ স্মৰ্থনত থিয় দিয়াৰ কথা ঘোষণা কৰিছে ! আনহাতে, তুৰ্কীয়ে ইজৰাইলৰ বিৰুদ্ধে থিয় দিয়াৰ কথা প্রকাশ কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰই স্পষ্টভাৱে কৈছে যে ইজৰাইলৰ নিজ দেশক প্ৰতিৰক্ষা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ! কেৱল সেয়াই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে […]
ডিজিটেল ডেস্ক: ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষই বিশ্বযুদ্ধৰ ৰূপ ল’ব পাৰে। তুৰ্কী আৰু ৰাছিয়াই যিধৰণে বিষয়টো চাই আছে, সেইটোৱে আশংকা সৃষ্টি কৰিছে যে সংঘৰ্ষ কেৱল দুখন দেশতে সীমাবদ্ধ নাথাকিব। ইজৰাইল আৰু পেলেষ্টাইইনৰ হামাছ সত্ৰাসবাদীৰ মাজত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। উল্লেক্ষ যে কালি গোটেই নিশা সঘৰ্ষ চলে আৰু এই সংঘৰ্ষত কমে 80 জন লোকৰ […]
ডিজিটেল ডেস্ক: গুৱাহাটী, ১ ২ মে’ দেশৰ পাচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মে ঘোষিত হোৱাৰ পিছত অসম, তামিলনাডু, কেৰেলা আৰু পুডুচেৰীত শান্তি পূর্ণ বিৰাজ কৰাৰ বিপৰীতে পশ্চিমবংগৰ বিজয়ী দল তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ আন বিৰোধী দলৰ সমৰ্থক সকলৰ প্ৰতি হিংসাত্মক হৈ উঠে। বিশেষকৈ ৰাজ্যখনৰ নিৰ্বাচনত কংগ্ৰেছ, চি পি আই (এম) পূৰ্ণ ৰূপত […]
Comments