ডিজিটেল ডেস্ক : নলবাৰীঃ মাস্ক পৰিধান, সামাজিক দুৰত্ব আৰু পৰিচ্ছন্নতাৰ জৰিয়তে আতৰি থাকক কোভিদ ১৯ৰ ভয়াবহতাৰ পৰা৷ এই উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী নগৰ সমিতিৰ দ্বাৰা এক অভিযান চলোৱা হয়৷ বৃহস্পতিবাৰে চহৰখনৰ বিভিন্ন স্থানত স্বয়ংসেৱক সকলে বিনামূলীয়া মাস্ক বিতৰণ কৰাৰ লগতে চেনিটাইজাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজক বুজাই৷ লগতে মাইক যোগেও কোভিদ কালত মানিব লগীয়া স্বাস্থ্যবিধি সন্দৰ্ভতো […]
ডিজিটেল ডেস্ক : ৰাইজৰ মাজত মাস্ক বিতৰণ কৰি সজাগ হবলৈ আহ্বান। দেশত কৰ’ণা মহামাৰীয়ে জনজীবন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ স্বয়ংসেবক সকলে ৰাজ্যৰ বিভিন্ন স্হানত ৰাইজক সজাগ কৰাৰ বাবে নানান কাৰ্যসূচী ৰূপায়ন অব্যাহত ৰাখিছে। বিশেষকৈ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেবক সকলে সকলোৱে যাতে মাস্ক ব্যবহাৰ কৰাৰ লগতে সঘনাই হাত ধোৱা, অতি প্ৰয়োজন নহলে […]
RSS ৰ সেৱা কাৰ্য্যক লৈ প্ৰভাৱিত হল বিদেশ ৰাজদূত । ভাৰতস্থ অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত হ’ন বেৰী অ’ফাৰেলে আজি নাগপুৰত সৰসংঘচালক ডা° মোহন ভাগৱত জীক সাক্ষাৎ কৰে । কৰণা মহামাৰীৰ সময়ছোৱাত RSS য়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কেইবাখনো দেশত সংঘই সেৱা কাৰ্য্য চলাইছিল আৰু এই কাৰ্য্যক লৈ প্ৰভাৱিত হয় ভাৰতস্থ অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত হ’ন বেৰী অ’ফাৰেল তেওঁ ৰবিবাৰে নাগপুৰত […]
মাননীয় শ্রী কৃষ্ণ মোতলবজীৰ দেহাৱসান। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক তথা জ্যেষ্ঠ কাৰ্যকৰ্তা মাননীয় শ্রী কৃষ্ণ মোতলবজীৰ কালি নিশা প্ৰায় ৯’৩০ বজাত নাগপুৰৰ সংঘ কাৰ্যালয়ত দেহাৱসান ঘটে। নাগপুৰত জন্ম গ্ৰহণ কৰা মোতলবজী প্ৰকৃত অৰ্থত এগৰাকী স্বয়ং সেৱক আছিল। মাননীয় মোতলবজীয়ে অসমত ১৯৬২ আৰু ৬৩ চনত অসমত অনুষ্ঠিত হোৱা সংঘ শিক্ষা বৰ্গৰ মুখ্য শিক্ষক হিচাপে দায়িত্ব পালন […]
The true picture of RSS In this hour of grave danger to humanity, when the very survival of mankind is at stake because of the rapid spread of Coronavirus all over the world, Rashtriya Swayamsevak Sangh (RSS) has come forward to perform their duties. And that is to serve the people. No matter what their […]
Comments