Articles Posted by the Author:


  • সাংবাদিকতা লোককল্যাণৰ নিমিত্তে আদৰ্শৰ ওপৰত আধাৰিত হ’ব লাগে : অৰুণ কুমাৰ জী

    সাংবাদিকতা লোককল্যাণৰ নিমিত্তে আদৰ্শৰ ওপৰত আধাৰিত হ’ব লাগে : অৰুণ কুমাৰ জী

    বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ শ্ৰী অৰুণ কুমাৰ ডাঙৰীয়াই অংশগ্ৰহণ কৰি কয় যে সমাজে আত্মবিস্মৃতিৰ সৈতে যুঁজি আছে সেয়ে বৰ্তমান সময়ত আদৰ্শগত সাংবাদিকতাৰ পথত আগুৱাই যোৱাৰ আৱশ্যকতা আহি পৰিছে। যাৰ দ্বাৰা লোককল্যাণ তথা সত্যৰ অনুসন্ধান কৰিব পৰা যায়। আত্মবিস্মৃতিৰ ফলত আত্মহীনতা আৰু […]


  • Closing ceremony of First year OTC at Hojai,Assam.

    Closing ceremony of First year OTC at Hojai,Assam.

    হোজাইৰ গীতাশ্ৰমত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( RSS ) উত্তৰ অসম প্ৰান্তৰ সংঘ শিক্ষা বৰ্গ, প্ৰথম বৰ্ষৰ সমাপন কাৰ্য্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী শ্ৰীযুত উদ্ধৱ ভৰালী দেৱ। Glimpses of the closing ceremony of First year OTC at Hojai,Assam.




  • আৰ এছ এছ প্ৰথম বৰ্ষৰ প্ৰশিক্ষণ বৰ্গ (OTC) কেম্পত আক্ৰমণ :

    আৰ এছ এছ প্ৰথম বৰ্ষৰ প্ৰশিক্ষণ বৰ্গ (OTC) কেম্পত আক্ৰমণ :

            ম‌য়িলাদুথুৰাইত আৰএছএছ প্ৰথম বৰ্ষৰ প্ৰশিক্ষণ বৰ্গ (OTC) কেম্পত সোমবাৰ ১৩-০৫-২০১৯ তাৰিখে নিশা দুৰ্বৃত্তই আক্ৰমণ চলায়। গুৰু গণচম্পদৰ স্কুলত চলি থকা আৰএছএছ কেম্পত শিলগুটি দলিওৱাৰ বাবে এতিয়ালৈকে ছয়জনক কৰায়ত্ত কৰা হৈছে। দুৰ্বৃত্তই বলপূৰ্বক স্কুলৰ মূখ্য দুৱাৰ খুলিব বিচাৰিছিল ,লগতে আৰএছএছ আৰু হিন্দু বিৰোধী মন্তৱ্য দিছিল। শিবিৰটোৰ মূখ্য নিৰাপত্তাৰক্ষী বিষয়া (Security in charge)চানমুগল ডাঙৰীয়া(৯০) শিলগুটি […]



  • ‘ইক’নমিক টাইমচ’ৰ সাংবাদিকে টুইটাৰৰ জৰিয়তে অসত্য খবৰ বিয়পাইছিল :

    ‘ইক’নমিক টাইমচ’ৰ সাংবাদিকে টুইটাৰৰ জৰিয়তে অসত্য খবৰ বিয়পাইছিল :

    বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – সত্য খবৰতকৈ অসত্য খবৰ সমূহ সমাজত সকলোৰে মাজত সোনকালে বিয়পি পৰে। টিভি ৰিপোৰ্টাৰ আৰু সাংবাদিক সকলে এনে অসত্য খবৰৰ বাবে চিন্তিত হোৱা দেখা যায় যদিও ইয়াৰ বিপৰীতে তেওঁলোকৰ দ্বাৰাই এনে অসত্য খবৰ প্ৰচাৰ হয়। যদি কোনোবাই এনে খবৰৰ ওপৰত তেওঁলোকক প্ৰশ্ন কৰে তেতিয়া তেওঁলোকে নিজৰ বাক স্বাধীনতা খৰ্ব হোৱা বুলি […]



  • ঝাৰখণ্ডৰ আদালতত খ্ৰীষ্টান ধৰ্মগুৰু সহ আন পাঁচজন ধৰ্ষণকাৰীক শাস্তি প্ৰদান :

    ঝাৰখণ্ডৰ আদালতত খ্ৰীষ্টান ধৰ্মগুৰু সহ আন পাঁচজন ধৰ্ষণকাৰীক শাস্তি প্ৰদান :

    বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – ঝাৰখণ্ডৰ খুণ্টীৰ আদালতত খ্ৰীষ্টান মিচনেৰী স্কুলৰ ফাদাৰ এলফ’নচ’ এহন্দ্ সহিতে, মুঠ ছয়জন লোকক পাচঁজনী জনজাতীয় ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰাৰ বাবে শাস্তি প্ৰদান কৰে। শাস্তি কিমান দিনৰ হ’ব সেয়া অতিৰিক্ত জিলা ন্যায়াধীশ শ্ৰী ৰাজেশ কুমাৰে ১৫ মে’ত শুনানি গ্রহণ কৰিব। ২০১৮ চনৰ ১৯ জুনত ১১ গৰাকী মহিলা আৰ.চি.মিচন স্কুললৈ যায়, কোচাংগাঁৱত […]