Articles Posted in the " RSS ASSAM " Category

  • নলবাৰীত আৰ এছ এছৰ মাস্ক বিতৰণ আৰু কোভিদ সজাগতা অভিযান |

    ডিজিটেল ডেস্ক : নলবাৰীঃ মাস্ক পৰিধান, সামাজিক দুৰত্ব আৰু পৰিচ্ছন্নতাৰ জৰিয়তে আতৰি থাকক কোভিদ ১৯ৰ ভয়াবহতাৰ পৰা৷ এই উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী নগৰ সমিতিৰ দ্বাৰা এক অভিযান চলোৱা হয়৷ বৃহস্পতিবাৰে চহৰখনৰ বিভিন্ন স্থানত স্বয়ংসেৱক সকলে বিনামূলীয়া মাস্ক বিতৰণ কৰাৰ লগতে চেনিটাইজাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজক বুজাই৷ লগতে মাইক যোগেও কোভিদ কালত মানিব লগীয়া স্বাস্থ্যবিধি সন্দৰ্ভতো […]


  • সৰুক্ষেত্ৰীত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সজাগতা অভিযান।

    ডিজিটেল ডেস্ক :  ৰাইজৰ মাজত মাস্ক বিতৰণ কৰি সজাগ হবলৈ আহ্বান। দেশত কৰ’ণা মহামাৰীয়ে জনজীবন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ স্বয়ংসেবক সকলে ৰাজ্যৰ বিভিন্ন স্হানত ৰাইজক সজাগ কৰাৰ বাবে নানান কাৰ্যসূচী ৰূপায়ন অব্যাহত ৰাখিছে। বিশেষকৈ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেবক সকলে সকলোৱে যাতে মাস্ক ব্যবহাৰ কৰাৰ লগতে সঘনাই হাত ধোৱা, অতি প্ৰয়োজন নহলে […]


  • মহানগৰীত জ্যেষ্ঠ প্ৰচাৰক গৌৰীশংকৰ চক্ৰৱৰ্তীৰ স্মৃতিচাৰণ সভা ।

    ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক গৌৰীশংকৰ চক্ৰৱৰ্তীৰ মৃত্যুত আজি গুৱাহাটীত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৌজন্যত আয়োজিত মহানগৰীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা  এই স্মৃতিচাৰণ সভাত জ্যেষ্ঠ প্ৰচাৰক গৌৰীশংকৰ চক্ৰৱৰ্তীৰ জীৱনকলৈ আলোকপাত আৰু সংঘৰ প্ৰতি আগবঢ়োৱা অবদান সম্পৰ্কে আলোকপাত কৰে বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ সৰকার্যবাহ ড° কৃষ্ণগোপাল […]



  • ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ অনুষ্ঠানত RSSৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিংহ।

    ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ অনুষ্ঠানত RSSৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিংহ । পৰ্যাবৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই বিশ্বত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। বৰ্তমান বিশ্বৰ সন্মুখত পৰ্য্যাবৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই বিশ্বত ডাঙৰ প্ৰত্যাহ্বান হিচাবে থিয় দিছে । এই ক্ষেত্ৰত বিশ্বৰ বিজ্ঞানী সকলে ইয়াৰ ভয়াবহতাৰ বিষয়ে বাৰে বাৰে সকীয়াই আহিছে । আনকিৰাষ্ট্ৰ সংঘয়ো সময়ে সময়ে বিভিন্ন দেশ সমূহক […]