Articles Posted in the " অসমীয়া " Category

  • দেশৰ কভিড-১৯ প্ৰতিহত কৰিবলৈ সন্মিলিত সংস্থা যুদ্ধকালীন প্ৰচেষ্টা।

    ডিজিটেল ডেস্ক : ভাৰতবৰ্ষ বৰ্তমান এক অভূতপূৰ্ব  স্বাস্থ্যৰ দিশত এক জৰুৰীকালীন অৱস্থাৰ মাজেৰে গৈ আছে। কোভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশক জোকাৰি গৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ  প্ৰচেষ্টা স্বত্বেও সংকটটো নিয়ন্ত্ৰণ কৰাটো এক কঠিন হৈ পৰিছে। দেশৰ নাগৰিক সমাজে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে সমন্বিতভাবে কাম কৰি সকাহ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এইক্ষেত্ৰত কোভিড সঁহাৰি দল […]


  • মিজোৰামত ৭ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা । মণিপুৰৰ ৭ খন জিলাত কাৰফিউ ।

    ডিজিটেল ডেস্ক: মিজোৰামত কৰোনা ভাইৰাছ ১৮৪ টা নতুন সংক্ৰমণৰ ঘটনাৰ লগে লগে ৰাজ্যখনত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ৭,১৪৭ হৈছে।মিজোৰাম চৰকাৰে শুকুৰবাৰে ১০ মে’ৰ পুৱা ৪ বজাৰ পৰা কোভিড-১৯ প্ৰতিহত কৰিবলৈ সাত দিনীয়া সম্পূৰ্ণ লকডাউন কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে৷ চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে ১৭ মে’ৰ পুৱা ৪ বজালৈকে সম্পূৰ্ণ লকডাউন কাৰ্যকৰী হৈ থাকিব আৰু […]


  • বংগৰ হিংসাত্মক ঘটনাক তীব্র গৰিহণা ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ ।

    নিৰ্বাচনত অংশগ্রহণ কৰা প্ৰাৰ্থী-ভোটাৰ সকলো ভাৰতবৰ্ষৰ নাগৰিক — দত্তাত্রেয় হোসবোলে। গণতন্ত্ৰত নিৰ্বাচনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই অনুযায়ী পশ্চিম বংগৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত বংগৰ সমগ্ৰ সমাজে অংশগ্ৰহণ কৰা এখন নিৰ্বাচিত চৰকাৰ গঠন হৈছে। নিৰ্বাচনত স্বাভাৱিকতে ভাল আৰু বেয়া, অভিযোগ -প্ৰতি অভিযোগৰ লগতে কেতিয়াবা আনকি আৱেগৰ সীমা অতিক্ৰম কৰা দেখা যায়। কিন্তু আমি সদায় […]



  • নলবাৰীত আৰ এছ এছৰ মাস্ক বিতৰণ আৰু কোভিদ সজাগতা অভিযান |

    ডিজিটেল ডেস্ক : নলবাৰীঃ মাস্ক পৰিধান, সামাজিক দুৰত্ব আৰু পৰিচ্ছন্নতাৰ জৰিয়তে আতৰি থাকক কোভিদ ১৯ৰ ভয়াবহতাৰ পৰা৷ এই উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী নগৰ সমিতিৰ দ্বাৰা এক অভিযান চলোৱা হয়৷ বৃহস্পতিবাৰে চহৰখনৰ বিভিন্ন স্থানত স্বয়ংসেৱক সকলে বিনামূলীয়া মাস্ক বিতৰণ কৰাৰ লগতে চেনিটাইজাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজক বুজাই৷ লগতে মাইক যোগেও কোভিদ কালত মানিব লগীয়া স্বাস্থ্যবিধি সন্দৰ্ভতো […]



  • কমতাপুৰী জনগণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিলে প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে সশস্ত্ৰ সংগঠন কে এল অ’ই ৷

    ডিজিটেল ডেস্ক   :  পশ্চিম বংগত শেহতীয়াভাৱে সংঘটিত ৰাজনৈতিক হিংসাৰ ঘটনাক গৰিহণা দিছে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅ’ই ৷ নিৰ্বাচনৰ পিছতে পশ্চিম বংগত টিএমচিয়ে কোচ ৰাজবংশী লোকৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে ৷ আনহাতে, কমতাপুৰী জনগণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিলে প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে সশস্ত্ৰ সংগঠনটোৱে ৷ ইফালে, পশ্চিম বংগৰ ৰাজনৈতিক দলসমূহৰ কাম–কাজত অসন্তুষ্টি ব্যক্ত […]



  • ৩ আল-বদৰ সন্ত্ৰাসবাদী নিহত, এজনে স্বপিয়ান এনকাউনতাৰত আত্মসমৰ্পণ কৰে ।

    ডিজিটেল ডেস্ক:  বৃহস্পতিবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ স্বপিয়ান জিলাৰ কানিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষৰ সময়ত তিনিজন আল-বদৰ সন্ত্ৰাসবাদী নিহত হয় । এতিয়ালৈকে ৩ জনকৈ সন্ত্ৰাসবাদী নিহত হৈছে যদিও সন্ত্ৰাসবাদীৰ বিৰোদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই আৰু এই সবিশেষ জম্মু আৰক্ষীয়ে টুইট যুগে জানিবলৈ দিয়ে ।আৰক্ষীয়ে জনোৱা অনুসৰি আজি ৰাতিপুৱা এনকাউন্টাৰটো সংঘটিত হয় ।আৰু […]


  • West Bengal হিংসাৰ বিৰুদ্ধে বিজেপিৰ Nationwide Dharna বিধায়কে Mamata Banerjeeক ‘ৰক্তক্ষয়ী’ বুলি কয় |

    ডিজিটেল ডেস্ক: বংগৰ নিৰ্বাচনী ফলাফলৰ পিছত ৰাজনৈতিক হিংসাৰ মাজতে মমতা বেনাৰ্জীয়ে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্রহণ কৰি মমতাই কয় যে এতিয়ালৈকে আইন-শৃংখলা নিৰ্বাচন আয়োগৰ অধীনত চলি আছে কিন্তু এতিয়া ৰাজ্যখনত হিংসা বন্ধ কৰাটো আমাৰ প্ৰথমিক দায়িত্ব।ইফালে, কলকাতাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বংগৰ হিংসাৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুম্বাইতো, […]