Articles Posted in the " অসমীয়া " Category

  • আৰ এছ এছৰ মাননীয় সৰকাৰ্যাবাহ দত্তাত্ৰেয় হোসবোলে জীৰ বিবৃতি ।

    দিল্লী – এপ্ৰিল 24, 2021 কভিড মহামাৰীৰ পৰিৱৰ্তনে আকৌ এবাৰ এক ভয়ংকৰ প্ৰত্যাহ্বান হৈ দেশৰ সন্মুখত থিয় দিছে।মহামাৰীৰ সংক্ৰামকতা আৰু তীব্ৰতা এইবাৰ আগতকৈ অধিক গুৰুতৰ। দেশৰ বেছিভাগ অংশই আজি নিৰ্মম প্ৰহাৰৰ সন্মুখীন হৈছে। বহু সংখ্যক লোক সংক্ৰমিত হৈ চিকিৎসালয়ত প্ৰৱেশ কৰিছে। শ শ পৰিয়ালেও তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে। আৰ এছ এছে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলো দেশবাসীলৈ […]



  • চীনে ৰচিছে নতুন ষড়যন্ত্ৰ, ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডত মোতায়েন কৰিছে ৰকেট লঞ্চাৰ ।

    ডিজিটেল ডেস্ক: চীনা কমিউনিষ্ট পাৰ্টিৰ পিপলছ লিবাৰেচন আৰ্মীয়ে লাডাখৰ পাংগং হ্ৰদত যোৱা বছৰৰ স্থিতি পুনৰুদ্ধাৰ কৰিবলৈ সন্মত হৈছিল যদিও সম্প্রতি চীনে চতুৰালীৰে ৱেষ্টাৰ্থ থিয়েটাৰ কমাণ্ডত ৰকেট লঞ্চাৰ মোতায়েন কৰি যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰিছে। চীনে ভাৰতৰ সীমান্তত ১৭,০০০ ফুট উচ্চতাৰ এলেকাত অস্ত্ৰ-শস্ত্ৰ মোতায়েন কৰাৰ ফলত নিৰাপত্তা ৰক্ষাৰ দিশত ক্ৰমে চিন্তা বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে অনুমান কৰিছে […]


  • অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰান্তৰ সভা

    যোৱাকালি ইং ১৯।৪।২০২১ তাৰিখে ৰাজ্যিক সভাপতি অধ্যাপক হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰান্তৰ সভাত গৃহীত হোৱা সিদ্ধান্ত সমূহ ৰাইজক অবগত কৰিব বিচৰা হৈছে । সিদ্ধান্ত সমূহ তিনিটা বিশেষ বিষয় কেন্দ্ৰীক:১) ভাষা বিষয়ৰ ওপৰত ছেবাৰ শেহতীয়া ১২ এপ্ৰিল তাৰিখৰ জাননী,২) বিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰীক্ষাসূচী আৰু৩) কৰনা বিজানুৰ সজাগতা কাৰ্যসূচী । (ক) ছেবাৰ ভাষা বিষয়ক […]



  • আৰ এছ এছ আৰু সেৱা ভাৰতীয়ে কৰোনা সংকটত সহায় কৰিবলৈ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছে |

    ডিজিটেল ডেস্ক: বৰ্তমান আমি সকলোৱে কৰোনা মহামাৰীৰ সৈতে যুঁজি আছো। সমগ্ৰ বিশ্বই কোভিড-19-ৰ পাৰ্শ্বক্ৰিয়াত ভুগি আছে। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ গতি স্থবিৰ হৈ পৰিছে। সমাজৰ প্ৰতিটো শ্ৰেণীৰ ওপৰতে কৰোনাই প্ৰভাৱ পেলাইছে, এনে কঠিন আৰু কৰুণ পৰিস্থিতিত,  আৰ এছ এছ আৰু সেৱা ভাৰতীয়ে সমাজৰ কিছু শক্তিক একত্ৰিত কৰিছে আৰু দিল্লীত কৰোনা সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে তলৰ […]


  • নগাঁৱত ক’ৰণাত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ পিছতো ৰাইজৰ মাজত নাই সজাগতাৰ কোনো লক্ষণ।

    ৰাজ্যৰ বিভিন্ন স্হানত কৰ’ণাৰ সন্ত্ৰাস বৃদ্ধি পাই অহাৰ সমান্তৰালভাবে নগাঁৱ জিলাতো কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে। জিলাখনত ক’ৰণাত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ পিছতো ৰাইজৰ মাজত নাই সজাগতাৰ কোনো লক্ষণ। উল্লেখ্য, নগাঁৱত যোৱা ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে ১৮০জন লোক কৰ’ণাত আক্ৰান্ত হৈছে যদিও পূৰ্বৰ তুলনাত জিলাখনৰ ৰাইজৰ মাজত কোনোধৰণৰ সজাগতা পৰিলক্ষিত হোৱা নাই। বিশেষকৈ চহৰখনৰ ভূঞাপট্টি, […]