নাম – সংঘপ্ৰাৰ্থনা দৃষ্টিৰ পূৰ্ণতা আৰু পাথেয়,
লিখক – ডঃ শিৱ আচাৰ্য
প্ৰকাশক – প্ৰাচী প্ৰকাশন, কে বি ৰোড, পল্টন বজাৰ, গুৱাহাটী – ৮
মূল্য – ২৫ টকা
এই সৰু পুথিখনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাৰ্থনাৰ উচ্চাৰণ, প্ৰতিটো শব্দৰ অন্বয় – অৰ্থ সহজ ভাষাত বিশ্লেষণ কৰাৰ চেষ্টা কৰা হৈছে৷ পুথিখনে প্ৰাৰ্থনাৰ গুঢ় তত্ব উপলব্ধি কৰাত নিশ্চিত ভাৱে সহায়ক হ’ব৷ প্ৰত্যেক স্বয়ংসেৱকে এই হাতপুথিখন অধ্যয়ন কৰি সংঘ কাৰ্যৰ বাবে প্ৰেৰণা আৰু উত্সাহ পাব আৰু সংঘকাৰ্যৰ মৰ্ম উপলব্ধি কৰিব পাৰিব৷