June 13, 2025
আমাৰ যিদৰে ঘৰত মতা নাম এটা আৰু পোচাকী অৰ্থাৎ ভাল নাম এটা থাকে সেই দৰে আমাৰ দেশ খনৰো নাম দুটা। ১৯৫০ চনত যেতিয়া ভাৰতৰ সংবিধান স্বীকৃত হল সেই সংবিধানত ভাৰতৰ নাম Republic of India ৰাখিলে আৰু চুটি নাম ইণ্ডিয়া আৰু ভাৰত ৰাখিলে। ইণ্ডিয়া নামটো গ্ৰীক ঐতিহাসিক মেগেস্থেনিছৰ ভাৰত ভ্ৰমণৰ টোকাত ইণ্ডিকা শব্দ ব্যৱহাৰ কৰা দেখি বৃটিছ সকলে ইণ্ডিয়া দিলে। কিয়নো বৃটিছ সকলে ভাৰতৰ সকলো ঠাইৰে নামত এক নিজৰ স্বকৃয় ভাব (British touch) দিয়া নিয়ম আছিল যাতে ঠাই খনৰ ইতিহাস সলনি হৈ যায়।
ভাৰতৰ সংবিধান কৰাৰ সময়ত ভাৰতবৰ্ষ নামটো সংবিধান ৰচনা কৰা সকলৰ কেইজনমানে আপত্তি কৰিছিল। তেওঁ লোকৰ মতে ভাৰতবৰ্ষ নামটো সংস্কৃত ভাষাৰ এক সাধুকথাৰ ৰজাৰ নাম।
ভাৰতৰ ঐতিহ্য আৰু সাহিত্যৰ লেশ মানো জ্ঞান নথকাৰ বাবেই হয়টো সেই কেইজনে বিশ্ব বাসীৰ আগত পোচাকী নাম ইণ্ডিয়া ৰখাত জোৰ দিলে। সেয়ে আজি ভাৰতৰ দুটা নাম হল।
ভাৰতবৰ্ষ নামটো প্ৰাচীন কালৰে পৰা চলি অহিছে। ভাৰত শব্দটো সংস্কৃতৰ ভা আৰু ৰত এই দুটা শব্দ মিলি হৈছে। ভা মানে জ্যোতি অৰ্থাৎ পোহৰ আৰু ৰত মানে কোনো কামৰ একাগ্ৰতা থকা । বৰ্ষ মানে ঠাই বা দেশ অৰ্থাৎ যত মানুহে ঐশ্বৰিক পোহৰ বা জ্যোতিৰ লগত একাগ্ৰতাৰে লাগি থাকে। সংস্কৃতত বৰ্ষ শব্দৰ কেইবাটাও অৰ্থ আছে—-
১)বৰ্ষা, ২)ছটিয়াই দিয়া, ৩) বছৰ, ৪) দ্বীপ বা মহাদ্বীপ। পুৰাণৰ মতে ভাৰত বৰ্ষ এক মহা দ্বীপ।
মনুৱে লিখিছে–
आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्त विदुर्बुधाः ।।
(মনুস্মৃতি ২/২৩ )
অৰ্থাৎ–
পূবৰ সমুদ্ৰৰ পৰা পশ্চিম সমুদ্ৰ লৈকে দুয়োটা পৰ্বতৰ ( হিমালয় আৰু বিন্ধাচল ) মাজৰ দেশক আৰ্য্যৱৰ্ত বুলি কোৱা হয়।
বৈদিক যুগত ভাৰতবৰ্ষক আৰ্য্যৱৰ্ত নামে জনা গৈছিল। কিন্তু বিভিন্ন পুৰাণ সমূহত ভাৰতবৰ্ষ বুলি উল্লেখ কৰিছে। ঋগ্বেদৰ সপ্তম মণ্ডলৰ তেত্ৰিশ সুক্তত ভাৰত সকল বুলি জাতিটোক বুজাইছে।
পুৰাণৰ মতে আমাৰ ভাৰতবৰ্ষ জাম্বু দ্বীপৰ অন্তৰ্গত হয়। মৎস্য পুৰাণৰ মতে অতীজত পৃথিবীৰ ভূখণ্ড সাত টা দ্বীপত ভাগ আছিল — জাম্বু দ্বীপ, প্লক্ষ দ্বীপ , শাল্মল দ্বীপ ,কুশ দ্বীপ, ক্ৰৌঞ্চ দ্বীপ , শাক দ্বীপ আৰু পুষ্কৰ দ্বীপ। মাজৰ দ্বীপটো জাম্বু দ্বীপ অৰ্থাৎ এছিয়া আৰু তাতেই ভাৰতবৰ্ষ । সেয়ে আমাৰ পূজাৰ সংকল্প মন্ত্ৰত +—-
জাম্বু দ্বীপে– আৰ্য্যৱৰ্তে– ভাৰত খণ্ডে — দেশান্তৰ্গতে — অমুক নগৰে
বুলি গোৱা শুনা যায়।
বিষ্ণু পুৰাণত আছে —
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद् भारतं नाम भारती यत्र संततिः ।।
অৰ্থাৎ–
সমুদ্ৰৰ উত্তৰত আৰু তুষাৰাবৃত পৰ্বতৰ দক্ষিণত থকা দেশ খনৰ নাম ভাৰত আৰু তাত ভৰতৰ উত্তৰাধিকাৰী সকল থাকে ।
কিন্তু এই ভাৰত কোন ? কাৰ নামৰ পৰা ভাৰত নামটো হৈছে ?
পুৰু বংশৰ ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰতক মহাভাৰতত শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰিছে। কালিদাসৰ ‘अभिज्ञान शाकुंतलम’ গ্ৰন্থত ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰতৰ নাম অনুসৰি ভাৰতৰ নাম হৈছে বুলি লিখিছে। কিন্তু মহাভাৰতকৈ পুৰনি ৰামায়ণতো ভাৰতবৰ্ষ নামৰ উল্লেখ আছে।
বায়ু পুৰাণৰ মতে ত্ৰেতা যুগৰ আৰম্ভণিত মনুৰ নাতি আৰু সয়ম্ভূৱ পুত্ৰ প্ৰিয়ব্ৰতে ভাৰত খণ্ডত ৰাজত্ব কৰিছিল। প্ৰিয়ব্ৰতৰ কোনো পুুত্ৰ সন্তান
নথকাত জীয়েকৰ পুত্ৰ অগ্নিঘ্ৰক ৰজা পাতে। অগ্নিঘ্ৰৰ পুত্ৰ নাভি । নাভি আৰু মেৰু দেৱীৰ পুত্ৰ হয় ঋষভ। ঋষভ ঋষি আছিল। তেওঁৰে পুত্ৰ ভৰত । সেই ভৰতৰ নাম অনুসৰি ভাৰতৰ নাম হৈছে বুলি পুৰাণ সমূহত লিখিছে।
পুৰাণত আছে ৰজা প্ৰিয়ব্ৰতে তেওঁৰ জীয়েকৰ দহ জন পুত্ৰৰ সাত জনক পৃথিবীৰ সাত ভূখণ্ডৰ দায়িত্ব দিলে। সেই মতে ৰজা প্ৰিয়ব্ৰতে তেওঁৰ নাতি অগ্নিঘ্ৰক জাম্বু দ্বীপৰ দায়িত্ব দিলে আৰু অগ্নিঘ্ৰৰ নাতি ভৰত ভাৰতৰ ৰজা হল।তেওঁৰ পাচত তেওঁৰ পুত্ৰই এই দেশৰ নাম ভাৰতবৰ্ষ দিলে।
জুলা শৰ্মা

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App