এই লোকসকল মুছলীম সম্প্ৰদায়ৰ। এওঁলোকৰ আক্ৰমণ কৰাৰ সময় আছিল পুৱতি নিশা ৩ বজাত। অনুমান কৰা হৈছে যে কোনো সংগঠনে এই যুৱক সকলক বুজাই-বঢ়াই এই কাম কৰিবলৈ উচতনি দিছে। এই দুৰ্বৃত্তসকলৰ PFI ৰ সৈতে যোগাযোগ তথা সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।