May 15, 2025

গুৱাহাটীঃ ১২ জুলাই ঃ বিগত বৰ্ষ সমুহৰ দৰে চলচিচত্ৰম্ নামৰ সংস্হাটোৱে আয়োজন কৰি অহা চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল এই বেলি অহা ১০ আৰু ১১ ছেপ্টেম্বত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে চলচ্ছিত্ৰমৰ সভাপতি উৎপল দত্তই৷ অসমৰ চিত্ৰজগতৰ ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইবাৰৰ মহোৎসৱৰ প্ৰতীকপট নেফটাৰ সভাপতি ৰাজেন ৰাজখোৱা আৰু সাংস্কৃতিক সাংবাদিক সন্হাৰ সম্পাদক শিবানু বৰাই উন্মোচন কৰি মহোৎসৱৰ দিন ঘোষণা কৰে৷ উল্লেখ্য, ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্ছিত্ৰমে্ মহোৎসৱ মাৰ্চ মাহত অনুষ্ঠিত কৰি আহিছিল যদিও যোৱা বছৰ ক’ভিদ পৰিস্থিতিৰ বাবে মহোৎসৱ আগষ্ট মাহত অনলাইন যোগে অনুষ্ঠিত কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা চলচ্ছিত্ৰ মহোৎসৱৰ সময়ৰ লগত সংগতি ৰাখি এই বছৰৰ পৰা এই মহোৎসৱ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হব বুলি সভাপতি উৎপল দত্তই জানিবলৈ দিয়ে৷ এইবাৰৰ মহোৎসৱত ভাৰতৰ বিভিন্ন ঠাইৰ চিত্ৰনিৰ্মাতা আৰু লেখকৰ লগতে প্ৰসিদ্ধ চলচ্ছিত্ৰ অভিনেত্ৰী ৰূপা গাংগুলীয়ে অংশগ্ৰহন কৰাৰ কথা৷
প্ৰতিবছৰে কৰি অহাৰ দৰে এই বছৰো চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাৰ মূল বিষয় ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ৰ আধাৰত ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিবী, উন্নয়ণ, পৰিবেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল বিষয়ক চুটি কাহিনী ছবি, তথ্যচিত্ৰ আৰু এনিমচেন ছবিয়ে প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিব পাৰিব৷ অসমীয়া ভাষাত চলচ্ছিত্ৰ চৰ্চা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি এইবাৰ চলচ্ছিত্ৰ বিষয়ক গ্ৰন্থ, ৰচনা, ৰেডিঅ’ অনুষ্ঠান, টেলিভিচন অনুষ্ঠান আৰু ইউটিউব জাতীয় প্লেটফৰ্মত প্ৰকাশিত ভিডিঅ’ৰ এটা প্ৰতিযোগিতাৰ আৰম্ভণি কৰা হৈছে৷ মহোৎসৱৰ আদৰ্শৰ লগত মিল থকা চুটি আৰু পূৰ্ণ দৈৰ্ঘৰ ছবিও প্ৰদৰ্শনৰ বাবে প্ৰেৰণ কৰাৰ ব্যবস্থা থকাৰ কথা আয়োজক সকলে জানিবলৈ দিয়ে৷ প্ৰতিযোগিতাৰ সকলো তথ্যৰ বাবে চলচ্ছিত্ৰমৰ ৱেবচাইট ‘চলচ্ছিত্ৰম ডট ইন’ত চাব পাৰিব৷ উক্ত প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে চলচ্চিত্রমে্ কেতবোৰ নিয়মাবলী সন্নিবিষ্ট কৰিছে। সেই অনুযায়ী ২০২০ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ৩১ আগষ্টৰ ভিতৰত নিৰ্মিত ছবিয়ে এই মহোৎসৱত অংশগ্ৰহন কৰিব পাৰিব৷ ছবিৰ মূল বিষয় ঃ আমাৰ ঐতিহ্য আমাৰ পৰম্পৰা৷ উপ-বিষয় ঃ ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিবী, উন্নয়ণ, পৰিবেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল৷ ছবিসমূহ দুটা ভাগত প্ৰদৰ্শন কৰা হ’ব- ক. প্ৰতিযোগিতা, খ. মুকলি প্ৰদৰ্শন৷ প্ৰতিযোগিতা কেৱল চুটি ছবিৰ [তথ্যচিত্ৰ, কাহিনী চিত্ৰ, এনিমেচন] মাজতহে অনুষ্ঠিত হ’ব বুলি আজি সংবাদ মেলত ঘোষণা কৰা হৈছে। প্ৰতিযোগিতা কেৱল উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ মাজত সীমাবদ্ধ থাকিব যদিও মুকলি প্ৰদৰ্শনৰ বাবে ছবি দেশৰ যিকোনো ঠাই আৰু বিদেশৰ পৰাও পঠিয়াব পাৰিব৷ তদুপৰি, ২০২০ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ৩১ আগষ্টৰ ভিতৰত প্ৰকাশিত অসমীয়া চিনেমা বিষয়ক অসমীয়া ভাষাত লিখিত গ্ৰন্থ, বাতৰি কাকত-আলোচনী, ৱেব মেগাজিনত প্ৰকাশিত প্ৰবন্ধ, ছবি আৰু চিনেমা বিষয়ৰ অডিঅ’-ভিডিঅ’ অনুষ্ঠান পঠিওৱাৰ অন্তিম তাৰিখ ২ ছেপ্টেম্বৰ৷ প্ৰতিযোগিতাৰ বাবে গ্ৰন্থ এখনৰ লগতে লিখনি কমেও ছয়টা পঠাব লাগিব বুলিও উদ্যোক্তা সকলে জানিবলৈ দিছে।

উৎপল দত্ত।
সভাপতি, চলচ্চিত্রম্, গুৱাহাটী।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App