
দুখজনক – খৱৰ
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জেষ্ঠ প্ৰচাৰক, অসম ক্ষেত্ৰৰ পূৰ্ব ক্ষেত্ৰ প্ৰচাৰক, বহু কাৰ্যকৰ্তাৰ প্ৰেৰণাৰ স্ৰোত তথা দেশমাতৃৰ একনিষ্ঠ সেৱক শ্ৰীকৃষ্ণ মোতলগ জী আজি (০২/০৮/২০২০) সন্ধিয়া ৮:৫০ বজাত বৈকুণ্ঠ গামী হয়। তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
??ঔঁম শান্তি শান্তি শান্তি??