April 27, 2025

মুছলমান যুৱতীক বিয়া কৰোৱাৰ বাবেই হিন্দু যুৱকক হত্যা ।

এগৰাকী মুছলমান যুৱতীক বিয়া কৰোৱাৰ বাবেই এজন হিন্দু যুৱকক হত্যাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটো হায়দৰাবাদৰ সৰোৰ নগৰত সংঘটিত হৈছে , য’ত নাগাৰাজু নামৰ এজন হিন্দু যুৱকক ৰড আৰু চুৰিৰে ৰাজহুৱা স্থানতে হত্যা কৰা হল। আৰু এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

বুধবাৰে নিশা ৯ বজাত সৰুৰ নগৰ তহচিলদাৰ কাৰ্যালয়ৰ সমীপত বাইকত অহা  দুজন লোকে নাগাৰাজুক ছুৰীকাঘাত কৰি হত্যা কৰে। আৰু অপৰাধী দুজন লগে লগে অপৰাধ স্থলীৰ পৰা পলাই যায় আৰু বহুতেই ঘটনাটো তেওঁলোকৰ ফোনত ভিডিঅ’ ৰেকৰ্ড কৰে ।যুৱক দুজনে নাগাৰাজুক উপৰ্যপৰি আক্ৰমণ কৰিছিল। আশ্চৰ্যজনকভাৱে, ঘটনাটো প্ৰতক্ষ কৰি থকা লোকসকলক নাগাৰ্জুনৰ পত্নিয়ে হাত জুৰ কৰি কান্দি কান্দি, ভিক্ষা কৰিছিল জাতে তেওৰ মানুহ জনক ৰখ্যা কৰে , কিন্তু কোনেও তেওঁক সহায়লৈ কৰিবলৈ আগবাঢ়ি অহা নাছিল। আৰু তেজেৰে লুতুৰি পুতুৰি হৈ থকা যুৱকজনে অৱশেষত সেই স্থানতে প্ৰাণ হেৰুৱালে । আৰক্ষীয়ে কয় যে অপৰাধী কেইজনে নাগাৰাজুৰ মূৰত লোহাৰ ৰডেৰে আঘাত কৰিছিল আৰু চুৰিৰেও উপৰ্যপৰি আক্ৰমণ কৰিছিল।

হিন্দু যুৱক নাগাৰাজু আৰু আশ্ৰিন চুলতানা নামৰ দম্পতীয়ে যোৱা কেইবছৰমান ধৰি প্ৰেমৰ সম্পৰ্কত আছিল আৰু এই বছৰৰ ২২ জানুৱাৰীত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল । নাগাৰাজুৰ পৰিয়ালে জানিবলৈ দিয়ে যে দুয়োজনে কলেজৰ দিনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছিল, দুয়ো পুৰণি চহৰৰ আৰ্য সমাজ মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল। নাগাৰ্জু পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে যিহেতু নাগাৰজু এজন হিন্দু যুৱক আৰু আনহাতে যুৱতি গৰাকি মুছলমান আছিল, আৰু সেইবাবেই ছোৱালীজনীৰ পৰিয়ালৰ লোকে নিৰ্মম ভাবে হত্যা কৰিলে যুৱক জনক । নাগাৰাজুৰ আত্মীয়সকলে তেওঁৰ পত্নীৰ পৰিয়াল এই হত্যাৰ আঁৰত জড়িত থকাৰ অভিযোগ তুলি এক প্ৰতিবাদ কৰাৰ পিছতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পায়।

তেলেংগানাৰ বিজেপি বিধায়ক ৰাজা সিঙে হত্যাকাণ্ডটো সংঘটিত কৰা সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। এতিয়া প্ৰশ্ন হয় প্ৰকিতাৰ্থত এই কাণ্ডৰ লগত জৰিত পৰিয়ালৰ সদস্য আছিল নে কিছুমান ধৰ্ম্মীয় গোটে পৰিয়ালটোক এই কাণ্ড কৰিবলৈ উচতনি দিছিল ?  প্ৰশ্ন হয় কোনো ধৰ্মিয় গোটে তেওঁলোকক আৰ্থিক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল নেকি?  আৰু এই সমগ্ৰ বইষয় এই হত্যাকাণ্ডৰ সম্পূৰ্ণ তদন্ত হোৱা পিচতেই পোহৰলৈ আহিব ।

 

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App