News Publications অসমীয়া সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱলৈ আজি মৃত্যু দিৱসত সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ৷ ADMIN July 4, 2023 1 min read এমুঠি শব্দেৰে এক মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰিব পৰাৰ ক্ষমতা থকা কবিগৰাকীয়েই হৈছে আদৰৰ “হীৰুদা”৷ আধুনিক অসমীয়া কবি তথা গীতিকাৰ হিচাপে অভিনৱ প্ৰকাশভংগীৰে তেখেতে সৃষ্টি কৰা সমলসমূহে আমাৰ সাহিত্যক যথেষ্ট সমৃদ্ধ কৰিছে৷ অসমৰ সাহিত্য ক্ষেত্ৰখনত হীৰুদাৰ অভাৱ প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে চিৰদিন অনুভৱ কৰিব যদিও তেখেতৰ অনুপম সৃষ্টিবোৰে আমাৰ মন-প্ৰাণ জীপাল কৰি ৰাখিব। Tags: হীৰেন ভট্টাচাৰ্যদেৱ Continue Reading Previous Previous post: कोई संवैधानिक पद ना होते हुए भी भारतीय राजनीति को नई दिशा दी थी संजय गांधी नेNext Next post: NIA busts Mumbai-Thane-Pune based ISIS Module, arrests 4 accused Related News North East Conference 2026 Concludes in New Delhi, Highlighting Culture, Development and National Integration North East Conference 2026 Concludes in New Delhi, Highlighting Culture, Development and National Integration March 5, 2026 উত্তৰ-পূব সন্মিলন ২০২৬ নতুন দিল্লীত সফলভাৱে সমাপ্ত — সংস্কৃতি, উন্নয়ন আৰু ৰাষ্ট্ৰীয় একতাক কেন্দ্ৰ কৰি বিস্তৃত আলোচনা উত্তৰ-পূব সন্মিলন ২০২৬ নতুন দিল্লীত সফলভাৱে সমাপ্ত — সংস্কৃতি, উন্নয়ন আৰু ৰাষ্ট্ৰীয় একতাক কেন্দ্ৰ কৰি বিস্তৃত আলোচনা March 5, 2026