February 7, 2025

সেৱাৰ ক্ষেত্ৰত আগৰণুৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক ৷

সেৱাৰ ক্ষেত্ৰত আগৰণুৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক ৷

-সঞ্জীৱ কুমাৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকল সেৱামূলক কামত সদায় আগৰণুৱা। এই কথা পুনৰ প্ৰমাণ হ’ল ১১ অক্টোবৰত ৷ সিদিনা নিশা প্ৰায় ১০ বজাত বিহাৰৰ দনাপুৰ-বক্সাৰ ৰে’লৱে অংশৰ ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত ১২৫০৬ ডাউন নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰেলপথৰ পৰা কক্ষচ্যুত হৈ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ৰেলখনৰ ২৩টা ডবা ৰেলপথৰ পৰা বাহিৰলৈ ওলাই যায়। আনকি এটা ডবা আন এটা ডবাৰ ওপৰত উঠিল। চৰকাৰী তথ্য অনুসৰি ০৪ জন যাত্ৰীৰ মৃত্যু হৈছে। আনহাতে আহত হয় ৭০ জনতকৈ অধিক যাত্ৰী। আহতসকলক সাতখন বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তদুপৰি, আৱদ্ধ যাত্ৰীসকলক বিশেষ ৰে’লেৰে গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হৈছে। ৰে’লৱেই ১০খন ৰে’ল বাতিল কৰাৰ লগতে ২১খন ৰে’লৰ পথ অন্য দিশলৈ লৈ গৈছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে, দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তাৎক্ষণিকভাৱে এখন কমিটী গঠন কৰা হৈছে।
স্থানীয় এগৰাকী নাগৰিকে জানিবলৈ দিয়া মতে, প্ৰায় ১০ বজাত ৰঘুনাথপুৰ পশ্চিম গুমটিৰ সমীপত তীব্ৰ শব্দৰে ৰেলৰ ডবাবোৰ ৰেলপথৰ পৰা ওলোটা হৈ পৰে। অলপ সময়ৰ ভিতৰতে ডবাটোত যাত্ৰীৰ চিঞৰ বাখৰ হ’ল। কান্দোন আৰু চিঞৰ-বাখৰৰ শব্দ শুনি ওচৰৰ মানুহে ঘটনাস্হলীৰ ফালে দৌৰি যোৱাৰ লগতে প্ৰশাসনক খবৰ দিয়ে।
ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰঘুনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত পইণ্ট সলনি কৰাৰ সময়তে তীব্ৰ জোকাৰণিৰ সৈতে ৰে’লখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত জলপাইগুৰিৰ ৩৩ বছৰীয়া উষা ভাণ্ডাৰী, ০৮ বছৰীয়া আকৃতি ভাণ্ডাৰী আৰু কিশনগঞ্জৰ ২৭ বছৰীয়া আবু জাহিদৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হয়। আন এজন মৃত লোকৰ চিনাক্তকৰণ হোৱা নাই।
দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ৰঘুনাথপুৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে ঘটনাস্হলীলৈ ৰাওনা হয়। এঘণ্টাৰ ভিতৰতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা স্বয়ংসেৱকৰ দল উপস্থিত হয়। সংঘৰ স্বয়ংসেৱক সকলে আহতসকলক উদ্ধাৰ কৰি নিৰাপদে এম্বুলেন্সলৈ নিয়াৰ বাবে অক্লান্তভাৱে পৰিশ্ৰম কৰে।আনকি, স্বয়ংসেৱক সকলে যাত্ৰীসকলৰ লাগেজ উলিয়াই ৰাইজক পথ নিৰ্দেশনাও দিয় । ৰেল দুৰ্ঘটনাৰ পিছত স্বাস্থ্য বিভাগ আৰু পাটনা জিলা প্ৰশাসনো সজাগ হৈ পৰে। পাটনাৰ চিভিল চাৰ্জনৰ লগতে পাটনাত অৱস্থিত এইমছ, পিএমচিএইচ আৰু আইজিআইএমএছ জৰুৰীকালীন অৱস্থাৰ বাবে সাজু হয়। এইমছত চিকিৎসাধীন হৈ আছে ১১জন। ৰাজধানীৰ অন্যান্য চিকিৎসালয়তো চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। বাক্সাৰ আৰু আৰাৰ চিকিৎসালয়ত সকলো ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰা হৈছে। এই সকলোবোৰ কামতে সংঘৰ স্বয়ংসেৱক সকলে প্ৰশাসনৰ লগত হাতে হাত মিলাই কাম কৰা দেখা গৈছিল। আনহাতে, সংঘৰ স্বয়ংসেৱক সকলে সকলো চিকিৎসালয়তে সেৱাৰ কামত নিয়োজিত হৈ আছে। এছ ডি আৰ এফৰ তিনিটা দলো সাহায্যৰ কামত নিয়োজিত হৈছে। পুৱা ০৫ বজালৈকে উদ্ধাৰ কাম চলি থাকে। পুৱা ০৫ বজাৰ পিছত ট্ৰেকত পৰি যোৱা বগীবোৰ আঁতৰোৱাৰ কাম আৰম্ভ হয়। নিশা ১০ বজাৰ পৰা পুৱা ০৫ বজালৈ স্বয়ংসেৱক সকল আহত সকলক উলিয়াই আনি চিকিৎসালয়লৈ নিয়াৰ কামত ব্যস্ত হৈ থাকে। স্বয়ংসেৱকসকলেও প্ৰশাসকৰ সৈতে কাম কৰি ট্ৰেকত পৰি যোৱা ধ্বংসাৱশেষ আঁতৰাইছে। স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবে বৃহস্পতিবাৰে পুৱা দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷

এই দুৰ্ঘটনা সন্দৰ্ভত ৰে’লৱেইও ৃ হেল্পলাইন নম্বৰ জাৰি কৰিছে ৷
• পাটনা – ৯৭৭১৪৪৯৯৭১
• দনাপুৰ – ৮৯০৫৬৯৭৪৯৩
• আৰা – ৮৩০৬১৮২৫৪২
• নিয়ন্ত্ৰণ নম্বৰ – ৭৭৫৯০৭০০০৪
ইফালে, ঘটনাৰ প্ৰধান কাৰণ ট্ৰেক ভাঙি যোৱাৰ সন্দেহ কৰা হৈছে। ৰে’লৰ চকীদাৰজনে জনোৱা মতে, ‘দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখন ঘণ্টাত প্ৰায় ১০০ কিলোমিটাৰ বেগেৰে চলি আছিল। হঠাৎ ব্ৰেক লগোৱাত ৰেলখন ৰেলপথৰ পৰা ওলাই গ’ল। মনকৰিবলগীয়া কথা, ৬২৯/০৮ নম্বৰ মেৰুৰ এটা বক্ৰ পথ আছিল। ইয়াৰ পৰা ৰেলৰ চাৰিটা বগী পাৰ হৈ গ’ল। তাৰ পিছত এটা এটাকৈ ২১টা বগী ৰেলপথৰ পৰা ওলাই যাবলৈ ধৰিলে। ইয়াৰ উপৰিও ইয়াত দুটা এচি ৩ টায়াৰ বগী আছিল। এই ৰেলখন অহাৰ আধা ঘণ্টা আগতে এই ট্ৰেকটোৰে ০৩২১০ (০৩২১০) যাত্ৰীবাহী ৰেল পাৰ হৈ গৈছিল।

এন এম অ’ বিহাৰ হেল্পলাইন নং. ,

পিএমচিএইচ পাটনা
৮০৫১৩০৬৩৪৯ নম্বৰত যোগাযোগ কৰিব পাৰে
৭৪৫৭৮২০১৮৪
৯৫৩৪৫৭৭৮০৭
এন এম চি এইচ পাটনা
৮২১০২৩৫৬১৮
৮৬৯৬৮৯৩৫১৪
আই জি আই এম এছ পাটনা
৯৮০১১৬৫৩৪০
৯১২২৭০১৮৪৫ নম্বৰত
এইমছ, পাটনা
৯৪৭০২৩২৭১২
৮০৫০৬৮১৩০৭ নম্বৰত যোগাযোগ কৰিব পাৰে
ই এছ আই চি পাটনা
৭৩৫২৫৪২৫১২
৮৬১৯৪১৮৪৩৬
এই চাৰিখন চিকিৎসালয়ত সৰ্বাধিক যাত্ৰীৰ চিকিৎসা কৰা হৈছে।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App