
কিতাপৰ নাম – হিন্দুত্ব এক জীৱন পদ্ধতি
প্ৰকাশক – প্ৰাচী প্ৰকাশন, কে বি ৰোড, পল্টন বজাৰ, গুৱাহাটী- ৮
মূল্য- ২৫ টকা
হিন্দুত্ব ধৰ্ম নহয়, জীৱন পদ্ধতিহে —
হিন্দুত্ব পন্থ নহয়, বিচাৰ ধাৰাহে —
হিন্দুত্ব কোনো কল্পনা প্ৰসূত শাস্ত্ৰৰ অনুগমন নহয়, ই চিৰন্তন, বিশ্ব কল্যাণ, বিশ্ব ভ্ৰাতৃত্ব আদিৰ পথ প্ৰদৰ্শক —
এই সকলো বিলাক কথা এই পুথিখনত সন্নিবিষ্ট কৰা হৈছে৷ প্ৰতিজন পাঠকৰ বাবে অৱশ্য পঠনীয় এই গ্ৰন্থ৷