নিজৰ ক্ষমতা-স্বাৰ্থৰ বাবে জাপি দিয়া জৰুৰীকালীন অৱস্থা কংগ্ৰেছৰ একনায়কত্ববাদী মানসিকতাৰ প্ৰতীক আৰু কেতিয়াও শেষ নোহোৱা কলংক। সেই কঠিন সময়ত লাখ লাখ মানুহে বহু অত্যাচাৰৰ সন্মুখীন হৈ গণতন্ত্ৰ পুনৰুজ্জীৱিত কৰিবলৈ সংগ্ৰাম কৰিছিল। সেই সকলো মহান দেশপ্ৰেমিক সকলক আমি আন্তৰিকতাৰে প্ৰণাম জনাইছো ।