January 17, 2025

ৰাষ্ট্ৰৰ স্বাৰ্থ সকলোতকৈ ডাঙৰ। দেশৰ স্বাৰ্থত সৰু সৰু চিন্তা পৰিহাৰ কৰি ৰাষ্ট্ৰৰ কল্যাণৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব। ৰাষ্ট্ৰৰ কল্যাণৰ বাবে আমি সকলো প্ৰকাৰৰ কাম কৰিবলৈ সাজু থাকিব লাগে। এই আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীৰ বিদ্যা ভাৰতী বহুমূখী প্ৰকল্পত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ বাবে আয়োজিত প্ৰেৰণা শিবিৰৰ আজি অনুষ্ঠিত সমাৰোপ অনুষ্ঠানত অংশগ্রহণ কৰি সৰসংঘচালক ডাঃ মোহন ভাগৱত পুনৰ কয় যে, অসংগঠিত ৰূপত কাম কৰিলে কোনো কামৰ সফলতা নাহে,সংগঠিত ৰূপত কাম কৰিলেহে যিকোনো কামৰ সফলতা অর্জন কৰিব পাৰে। যি কাম ডাঃ বলিৰাম হেডগেৱাৰে ১৯২৫ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্হাপন কৰি মানৱ নিৰ্মাণৰ প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আৰম্ভ কৰিছিল। আমাৰ মাজত মতভেদ হব পাৰে, কিন্তু মনভেদ হব নালাগে বুলি সৰসংঘচালক গৰাকীয়ে পুনৰ কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম পূৰণি যদিও নিতৌ নতুন নতুন লোক সংঘৰ কামত জৰিত হৈ পৰিছে। বৰ্তমান সংঘৰ পঞ্চম পীৰিয়ে কাম কৰি ষষ্ঠ পীৰিৰ বাবে ৰাষ্ট্ৰ ভক্তিৰ কাম তৈয়াৰ কৰি আহিছে। দেশৰ সকলো সমস্যাৰ মুলতে সমাজৰ দুৰ্বলতা বুলি প্ৰকাশ কৰি ভাগবতে কয়, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামৰ জৰিয়তে সেই সময়ত বহু ডাঙৰ ডাঙৰ কাম কৰা হৈছিল। ইয়াৰ বিপৰীতে হেডগেৱাৰে সমাজৰ দুৰ্বলতা আতৰ কৰিবলৈ সমাজৰ মাজত দুৰ্বলতা, সজাগতাৰ কাম আৰম্ভ কৰিছিল। সমাজ দুৰ্বল হলে আমি আক্ষৰিক অৰ্থত স্বাধীনতা লাভ কৰিলেও সমাজৰ দুৰ্বলতা আতৰ কৰিব নোৱাৰিলে দেশে প্ৰকৃত স্বাধীনতা পাব নোৱাৰে বুলি বক্তব্য প্ৰকাশ কৰে। আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে শাখাৰ জৰিয়তে সাধনা কৰে, নিজৰ কথা নেভাবি ৰাষ্ট্ৰৰ হিতৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। স্বয়ংসেৱক সকলে ধন, সম্পদত মন নিদি দেশৰ কল্যাণৰ বাবে কৰে। আনকি, ব্যক্তিগত ৰূপত স্বয়ংসেৱক সকলে সু চৰিত্ৰৰ গৰাকী হবলৈ যত্ন কৰে বুলি সদৰি কৰি সৰসংঘচালক গৰাকীয়ে কয়, স্বয়ংসেৱক সকলে সমাজৰ মংগলৰ বাবে বিভিন্ন ক্ষেত্রত কাম কৰি আহিছে। আমাৰ কৰ্ম সমুহ সমাজৰ লোকে নীৰবে লক্ষ্য কৰি থাকে। স্বয়ংসেৱক সকলে প্ৰতি দিন, প্ৰতি পল সমাজৰ বাবে অনুকৰণীয় হবলৈ মোহন ভাগবতে স্বয়ংসেৱক সকলক আহ্বান জনায়। দেশৰ প্ৰতিখন গাঁৱত শাখা স্হাপন হলেহে সমাজৰ উপকাৰ হব বুলি মত প্ৰকাশ কৰি তেখেতে কয়, বৰ্তমান সমাজে আমাক কাম কৰাৰ সুবৰ্ণ সুযোগ দিছে আৰু সেই সুযোগ গ্রহণ কৰি সমাজক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। আমাৰ দেশৰ পূৰণি সভ্যতা-সংস্কৃতি, স্বাভিমানৰ প্ৰতি তৎপৰ হৈ দেশৰ স্বাৰ্থত কাম কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ হাজংবৰী, চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া "প্ৰেৰণা শিবিৰ" শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰৰ আজি সামৰণি পৰে। উক্ত প্ৰেৰণা শিবিৰত উত্তৰ অসম প্ৰান্তৰ দুই সহস্ৰাধিক স্বয়ংসেৱকে অংশগ্রহণ কৰে। আনহাতে, আজিৰ সমাৰোপ অনুষ্ঠানত স্বয়ংসেৱক সকলে শাৰিৰীক আৰু বৌদ্ধিক প্ৰদৰ্শন কৰে। অনুষ্ঠানত স্বয়ংসেৱক সকলৰ উপৰিও চাৰি সহস্রাধিক বিভিন্ন ক্ষেত্রৰ লোকে অংশগ্রহণ কৰে। উল্লেখ্য, কালি নিশা গুৱাহাটীত উপস্থিত হোৱা সৰসংঘচালক ডাঃ মোহন ভাগৱতে আজি পুৱা স্বয়ংসেৱক সকলৰ লগত মত-বিনিময় কৰে। কাইলৈ পুৱা সৰসংঘচালক ডাঃ মোহন ভাগবতে অৰুণাচললৈ ৰাওনা হব।

ৰাষ্ট্ৰৰ স্বাৰ্থ সকলোতকৈ ডাঙৰ। দেশৰ স্বাৰ্থত সৰু সৰু চিন্তা পৰিহাৰ কৰি ৰাষ্ট্ৰৰ কল্যাণৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব। ৰাষ্ট্ৰৰ কল্যাণৰ বাবে আমি সকলো প্ৰকাৰৰ কাম কৰিবলৈ সাজু থাকিব লাগে। এই আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ
গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীৰ বিদ্যা ভাৰতী বহুমূখী প্ৰকল্পত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ বাবে আয়োজিত প্ৰেৰণা শিবিৰৰ আজি অনুষ্ঠিত সমাৰোপ অনুষ্ঠানত অংশগ্রহণ কৰি সৰসংঘচালক ডাঃ মোহন ভাগৱত পুনৰ কয় যে,
অসংগঠিত ৰূপত কাম কৰিলে কোনো কামৰ সফলতা নাহে,সংগঠিত ৰূপত কাম কৰিলেহে যিকোনো কামৰ সফলতা অর্জন কৰিব পাৰে। যি কাম ডাঃ বলিৰাম হেডগেৱাৰে ১৯২৫ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্হাপন কৰি মানৱ নিৰ্মাণৰ প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আৰম্ভ কৰিছিল। আমাৰ মাজত মতভেদ হব পাৰে, কিন্তু মনভেদ হব নালাগে বুলি সৰসংঘচালক গৰাকীয়ে পুনৰ কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম পূৰণি যদিও নিতৌ নতুন নতুন লোক সংঘৰ কামত জৰিত হৈ পৰিছে। বৰ্তমান সংঘৰ পঞ্চম পীৰিয়ে কাম কৰি ষষ্ঠ পীৰিৰ বাবে ৰাষ্ট্ৰ ভক্তিৰ কাম তৈয়াৰ কৰি আহিছে। দেশৰ সকলো সমস্যাৰ মুলতে সমাজৰ দুৰ্বলতা বুলি প্ৰকাশ কৰি ভাগবতে কয়, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামৰ জৰিয়তে সেই সময়ত বহু ডাঙৰ ডাঙৰ কাম কৰা হৈছিল। ইয়াৰ বিপৰীতে হেডগেৱাৰে সমাজৰ দুৰ্বলতা আতৰ কৰিবলৈ সমাজৰ মাজত দুৰ্বলতা, সজাগতাৰ কাম আৰম্ভ কৰিছিল। সমাজ দুৰ্বল হলে আমি আক্ষৰিক অৰ্থত স্বাধীনতা লাভ কৰিলেও সমাজৰ দুৰ্বলতা আতৰ কৰিব নোৱাৰিলে দেশে প্ৰকৃত স্বাধীনতা পাব নোৱাৰে বুলি বক্তব্য প্ৰকাশ কৰে। আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে শাখাৰ জৰিয়তে সাধনা কৰে, নিজৰ কথা নেভাবি ৰাষ্ট্ৰৰ হিতৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। স্বয়ংসেৱক সকলে ধন, সম্পদত মন নিদি দেশৰ কল্যাণৰ বাবে কৰে। আনকি, ব্যক্তিগত ৰূপত স্বয়ংসেৱক সকলে সু চৰিত্ৰৰ গৰাকী হবলৈ যত্ন কৰে বুলি সদৰি কৰি সৰসংঘচালক গৰাকীয়ে কয়, স্বয়ংসেৱক সকলে সমাজৰ মংগলৰ বাবে বিভিন্ন ক্ষেত্রত কাম কৰি আহিছে। আমাৰ কৰ্ম সমুহ সমাজৰ লোকে নীৰবে লক্ষ্য কৰি থাকে। স্বয়ংসেৱক সকলে প্ৰতি দিন, প্ৰতি পল সমাজৰ বাবে অনুকৰণীয় হবলৈ মোহন ভাগবতে স্বয়ংসেৱক সকলক আহ্বান জনায়। দেশৰ প্ৰতিখন গাঁৱত শাখা স্হাপন হলেহে সমাজৰ উপকাৰ হব বুলি মত প্ৰকাশ কৰি তেখেতে কয়, বৰ্তমান সমাজে আমাক কাম কৰাৰ সুবৰ্ণ সুযোগ দিছে আৰু সেই সুযোগ গ্রহণ কৰি সমাজক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। আমাৰ দেশৰ পূৰণি সভ্যতা-সংস্কৃতি, স্বাভিমানৰ প্ৰতি তৎপৰ হৈ দেশৰ স্বাৰ্থত কাম কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ হাজংবৰী, চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া “প্ৰেৰণা শিবিৰ” শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰৰ আজি সামৰণি পৰে। উক্ত প্ৰেৰণা শিবিৰত উত্তৰ অসম প্ৰান্তৰ দুই সহস্ৰাধিক স্বয়ংসেৱকে অংশগ্রহণ কৰে। আনহাতে, আজিৰ সমাৰোপ অনুষ্ঠানত স্বয়ংসেৱক সকলে শাৰিৰীক আৰু বৌদ্ধিক প্ৰদৰ্শন কৰে। অনুষ্ঠানত স্বয়ংসেৱক সকলৰ উপৰিও চাৰি সহস্রাধিক বিভিন্ন ক্ষেত্রৰ লোকে অংশগ্রহণ কৰে। উল্লেখ্য, কালি নিশা গুৱাহাটীত উপস্থিত হোৱা সৰসংঘচালক ডাঃ মোহন ভাগৱতে আজি পুৱা স্বয়ংসেৱক সকলৰ লগত মত-বিনিময় কৰে। কাইলৈ পুৱা সৰসংঘচালক ডাঃ মোহন ভাগবতে অৰুণাচললৈ ৰাওনা হব।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App