March 31, 2026

সুভাষ চন্দ্ৰ বসুৰ জন্ম হয় ১৮৯৭ চনৰ ২৩ জানুৱাৰী তাৰিখে বংগ প্ৰদেশৰ  উৰিষ্যা ডিভিজনৰ কটকত। দেউতাক জানকীনাথ বসু এজন উকীল আৰু মাক প্ৰভাৱতী দেৱী।মাক-দেউতাকৰ ১৪ টি সন্তানৰ ভিতৰত সুভাষ নৱম সন্তান। ১৯০২ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰটেষ্টাণ্ট ইউৰোপিয়ান স্কুলত নাম লগায়। বেপ্টিষ্ট মিছনে চলোৱা এই স্কুলত তেওঁ ১৯০৯ চনলৈকে পঢ়ি ৰেৱেনশ্ব’ কলেজিয়েট স্কুলত পঢ়িবলৈ যায়। ৰেৱেনশ্ব’ৰ তেতিয়াৰ প্ৰধান শিক্ষক বেণী মাধৱ দাসে প্ৰথম দিনাই বসুৰ প্ৰতিভাৰ উমান পায়। ১৯১৩ চনত প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈ তেওঁ প্ৰেচিডেন্সি কলেজত কিছুদিন অধ্যয়ন কৰে।অধ্যাপক অ’টেনৰ ভাৰতবিৰোধী মন্তব্যৰ বিৰোধিতা কৰি তেওঁ প্ৰেচিডেন্সি কলেজৰপৰা নিৰ্বাসিত হয় আৰু ইয়াতেই প্ৰথম তেওঁৰ জাতীয়বাদী চেতনাৰ উমান পোৱা যায়। তাৰ পাছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ স্কটিছ চাৰ্চ কলেজৰপৰা ১৯১৮ চনত দৰ্শনৰ স্নাতক ডিগ্ৰী লাভ কৰে।১৯১৯ চনত বসুৱে ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত তেওঁ কেম্ব্ৰিজৰ ফিট্‌জ্‌উইলিয়াম কলেজত অধ্যয়ন কৰে আৰু ১৯১৯ চনৰ ১৯ নৱেম্বৰত তাৰপৰা উত্তীৰ্ণ হয়। ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ চতুৰ্থ স্থান দখল কৰে। কিন্তু তেওঁ ব্ৰিটিছৰ অধীনত চাকৰি কৰিবলৈ অমান্তি হৈ ১৯২১ চনৰ ২৩ এপ্ৰিলত ভাৰতীয় অসামৰিক সেৱাৰপৰা পদত্যাগ কৰি ভাৰতলৈ ঘূৰি আহে।

সুভাষ চন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল।  ১৯৪২ চনত জাৰ্মানীত Indische Legionৰ ভাৰতীয় সৈন্যসকল আৰু বাৰ্লিনস্থিত Special Bureau for Indiaৰ জাৰ্মান আৰু ভাৰতীয় বিষয়াসকলে তেওঁক প্ৰথমে “নেতাজী” সম্বোধনেৰে মাতিছিল আৰু বৰ্তমান সমগ্ৰ ভাৰতে তেওঁক এই সন্মানেৰে জানে।

১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পিছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। অৱশ্যে মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষ নেতৃত্বৰ সৈতে মতৰ অমিল হোৱাত তেওঁক ১৯৩৯ চনত কংগ্ৰেছ নেতৃত্বৰপৰা অব্যাহতি দিয়া হয়।  ১৯৪০ চনত তেওঁ ভাৰত এৰাৰ আগলৈকে ব্ৰিটিছৰ হাতত ঘৰবন্দী হৈ থাকিব লগা হৈছিল।

জাপানৰ সহযোগত বসুৱে ইণ্ডিয়ান নেচনেল আৰ্মীক (INA) পুনৰুজ্জীৱিত কৰে আৰু ছিংগাপুৰৰ যুদ্ধত বন্দী হোৱা ব্ৰিটিছ-ভাৰতীয় সেনাবাহিনীৰ ভাৰতীয় সৈন্যসকলক একত্ৰিত কৰে। জাপানীসকলে তেওঁলোকৰ অধিকৃত বাৰ্মা, ফিলিপাইন, Manchukuo আদিত পুতলা চৰকাৰ বা তেওঁলোকৰ অনুগ্ৰহাধীন প্ৰভিজনেল চৰকাৰ চলোৱাত সহায় কৰিছিল। জাপান আধীকৃত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুক্ত ভাৰতৰ প্ৰভিজনেল চৰকাৰ গঠন হয় আৰু ইয়াৰ নেতৃত্ব দিয়ে বসুৱে। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী বসুৱে জনপ্ৰিয় ভাৰতীয় শ্লোগান “জয় হিন্দ”ৰ প্ৰথম প্ৰচাৰ কৰে। বসুৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মী আছিল ভৌগোলিক বৈচিত্ৰ, ধৰ্মীয় বৈচিত্ৰ্যআৰু লিংগ বৈচিত্ৰৰ এক উদাহৰণ।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App