October 19, 2025
indian army

ভাৰতীয় সেনাই ভাৰত-চীন সীমান্তত 50,000 সৈন্য মোতায়েন বৃদ্ধি কৰিছ |

indian army

VSK ASSAM 1 July : ভাৰত আৰু চীনৰ মাজত কেইবা দশক ধৰি সীমা বিবাদক লৈ সময়ে সময়ে উত্তেজনাৰ সৃষ্টি হয়। ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা মোতায়েন কৰা হৈছে যদিও ভাৰতে সদায় পাকিস্তান সীমান্তৰ প্ৰতি অধিক মনোযোগ দি আহিছে।

মনকৰিবলগীয়া কথা যে, ১৯৬২ চনৰ পৰা ২০২০ চনলৈ ভাৰত আৰু চীনৰ মাজত কেতিয়াও হিংসাত্মক সংঘৰ্ষ হোৱা নাই। আনহাতে পাকিস্তানে দৈনিক যুদ্ধবিৰতি উলংঘা কৰি ভাৰত-পাক সীমান্তত উত্তেজনাৰ সৃষ্টি কৰি আহিছে। অৱশ্যে, বিগত বৰ্ষত গালৱান উপত্যকাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত, ভাৰতীয় সেনাই চীনা সীমান্তত কাৰ্যকলাপত অধিক সক্ৰিয় কৰি তোলা দেখা গৈছে। শেহতীয়াকৈ, ভাৰতীয় সেনাই চীনৰ সৈতে সীমান্তত 50,000 সৈন্য মোতায়েন বৃদ্ধি কৰিছে। যি চীনৰ প্ৰতি ভাৰতৰ মনোভাৱ ব্যাখ্যা কৰাৰ লগতে ভাৰতীয় সেনাই চীনাসকলক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ।

বাতৰি অনুসৰি, ভাৰতীয় সেনাই কেৱল সীমান্তত সৈন্যৰ সংখ্যা বৃদ্ধি কৰাই নহয়, যুঁজাৰু বিমানৰ সংখ্যাও বৃদ্ধি কৰিছে। উল্লেখ্য যে যোৱা সপ্তাহত  সেনাই ভাৰত চৰকাৰক সীমান্তত নিয়োজিত সৈনিকসকলৰ বাবে ১৭ প্ৰকাৰৰ বিশেষ কাপোৰ আৰু পৰ্বত আৰোহণৰ সঁজুলি বিচাৰিছিল।

যাৰ ভিতৰত আছে ৫০,০০০ ৰ পৰা ৯০,০০০ লৈকে অত্যাধিক ঠাণ্ডা বতৰৰ কাপোৰ প্ৰণালী আৰু শূন্যৰ তলৰ তাপমাত্ৰাত হিমশীতল ঠাণ্ডাত পিন্ধা কাপোৰ ৰকছেক্স (বেগ কঢ়িওৱা গধুৰ লাগেজ), অতি উচ্চ উচ্চতাৰ স্থানত পিন্ধা গ্ৰীষ্মকালীন চুট, বহুমুখী বুট আৰু স্নো্ন গগলচ (বৰফত চকুৰ চশমা)। ইয়াৰ উপৰিও, সেনাই 12,000 বিশেষ উলৰ মোজা, দুই আৰু তিনিটা স্তৰৰ সৈতে প্ৰায় তিনি নিযুত যোৰ হাতমোজা, অত্যাধিক ঠাণ্ডা আৰু উচ্চ উচ্চতাত নিয়োজিত সৈনিকসকলক জৰুৰী কালীন চিকিৎসা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা বিশেষ প্ৰকাৰৰ 500 চেম্বাৰৰ প্ৰয়োজনীয়তাৰ কথাও জনাইছে । উল্লেখ্য, সেনাবাহিনীক বছৰি 3,000 ৰ পৰা 5,000 এভলঞ্চ এয়াৰবেগ আৰু ইভলঞ্চ ভিক্টিম ডিটেক্টৰৰ প্ৰয়োজন বুলি সেনা সূত্রে প্ৰকাশ কৰিছে ।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App