February 7, 2025
ABVP

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰান্তৰ সভা

ABVP

যোৱাকালি ইং ১৯।৪।২০২১ তাৰিখে ৰাজ্যিক সভাপতি অধ্যাপক হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰান্তৰ সভাত গৃহীত হোৱা সিদ্ধান্ত সমূহ ৰাইজক অবগত কৰিব বিচৰা হৈছে । সিদ্ধান্ত সমূহ তিনিটা বিশেষ বিষয় কেন্দ্ৰীক:
১) ভাষা বিষয়ৰ ওপৰত ছেবাৰ শেহতীয়া ১২ এপ্ৰিল তাৰিখৰ জাননী,
২) বিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰীক্ষাসূচী আৰু
৩) কৰনা বিজানুৰ সজাগতা কাৰ্যসূচী ।

(ক) ছেবাৰ ভাষা বিষয়ক জাননীৰ বিৰোধিতাৰ সিদ্ধান্ত:
বিদ্যালয় পৰ্যায়ত অসমীয়া বিষয়টোক মুখ্য, ঐচ্ছিক আৰু সপ্তম বিষয় হিচাপে ৰখাৰ সিদ্ধান্তৰে ২০২১ চনৰ ১২ এপ্ৰিল তাৰিখে ছেবাই জাৰি কৰা জাননী খনক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) অসম প্ৰান্তে তীব্ৰ বিৰোধ কৰে । অসমীয়া বিষয়টোক গুৰুত্বহীন কৰি ছেবা কৰ্তৃপক্ষৰ শেহতীয়া জাননী খন অতি হতাশজনক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰা হয় ।

জাননী খনৰ প্ৰথম ধাৰা অনুসৰি – ষষ্ঠ অনুসূচী, বৰাক উপত্যকা আৰু বড়ো মাধ্যমৰ বিদ্যালয় সমূহৰ বাহিৰৰ বিদ্যালয়ত অসমীয়া ভাষাটো কোনো বিদ্যাৰ্থীয়ে মুখ্য বিষয় হিচাপে লব নিবিচাৰিলে ঐচ্ছিক বিষয় হিচাপে লব পাৰিব । যদি মুখ্য বা ঐচ্ছিক বিষয় হিচাপেও লব নিবিচাৰে, তেনেহলে নম্বৰ তালিকাত যোগ নোহোৱা এটা বিষয় (credit less subject) হিচাপে পঢ়িব লাগিব । ফলত বিষয়টো সপ্তম বিষয় হিচাপে বিবেচিত হব । ছেবাৰ এই সিদ্ধান্তৰ ফলত ষষ্ঠ অনুসূচী, বৰাক উপত্যকা আৰু বড়ো মাধ্যম বিদ্যালয়ৰ বাহিৰৰ আমাৰ বিদ্যালয় সমূহত অসমীয়া বিষয়টো গুৰুত্বহীন হৈ পৰিব । অসমীয়া ছাত্ৰ ছাত্ৰীয়েও অসমীয়া বিষয়টোক এৰাই চলাৰ সম্ভাৱনাই দেখা দিব । বহিঃৰাজ্যৰ পৰা আহি অসমতে বসবাস কৰা অভিভাৱকৰ সন্তানেও অসমীয়া ভাষা শিকাৰ পৰা আতৰি থাকিব । এয়া ছেবাৰ হঠকাৰী সিদ্ধান্ত । ছেবাৰ এই সিদ্ধান্তই ভৱিষ্যতে অসমীয়া ভাষাক ক্ৰমশঃ দুৰ্বল কৰি তুলিব । আমাৰ বিবেচনাত ছেবাৰ এই সিদ্ধান্তৰ জড়িয়তে অসমতে অসমীয়া ভাষাক গুৰুত্বহীন আৰু ক্ৰমান্বয়ে নিঃশেষ কৰি তুলিব । ভাষা থাকিলেহে জাতি থাকিব ।
উল্লেখযোগ্য যে বৰাক উপত্যকা, ষষ্ঠ অনুসূচী আৰু বড়ো মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত ছেবাৰ সিদ্ধান্তৰ ওপৰত আমাৰ কবলগীয়া নাই ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) ছেবাৰ এনে অসমীয়া বিৰোধী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰে । এবিভিপি এক ৰাষ্ট্ৰবাদী সংগঠন ; দেশৰ সকলো জাতিগোষ্ঠীৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল বিদ্যাৰ্থী সংগঠন । দেশৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ বিকাশ, সংবৰ্ধন আৰু নিৰাপত্তাৰ জড়িয়তে ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ হকে এবিভিপি সদা সচেষ্ট । এবিভিপিয়ে দাবী জনাই – ছেবা কৰ্তৃপক্ষই ১২ এপ্ৰিলৰ জাননী ৰদ কৰি পুৰ্বৰ সিদ্ধান্ত বাহাল ৰাখক । অন্যথা এবিভিপি অসম প্ৰান্তে ছেবাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব । এই বিষয়ে এবিভিপি অসম প্ৰান্তে ছেবাৰ অধ্যক্ষক স্মাৰকপত্ৰ প্ৰদান কৰে ।

(খ) পৰীক্ষা সংক্ৰান্তীয় সিদ্ধান্ত:
চলি থকা আৰু আগন্তুক পৰীক্ষা বিষয়ত এবিভিপি অসম প্ৰান্তে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হৈছে –

১) বৰ্তমান চলি থকা পৰীক্ষা সমূহ কৰ্তৃপক্ষই কভিড প্ৰট’কল মানি সোনকালে সম্পন্ন কৰক । এবিভিপি অসম প্ৰান্তৰ প্ৰতিনিধি দলে কভিড প্ৰট’কল প্ৰস্তুতিৰ ওপৰত লক্ষ্য ৰাখিব ।
(২) পৰীক্ষা পিচুৱা উচিত নহব । ইতিমধ্যে আমাৰ শিক্ষাসূচী প্ৰায় ৬ মাহ পিচুৱাই গৈছে । ৬ বছৰীয়া অসম আন্দোলনৰ ফলত অসমত সৃষ্টি হোৱা প্ৰায় দুবছৰীয়া পৰীক্ষা পিচুৱাৰ সমস্যাৰ বিষয়ে আমি জ্ঞাত । এনে এটা পৰিবেশ পুনৰ ঘুৰি আহিব নেলাগে ।
৩) হবলগীয়া পৰীক্ষা সমূহ অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰি সমাপ্ত কৰক ।
৪) নেট সংযোগ নোপোৱা ভিতৰুৱা অঞ্চলৰ পৰীক্ষাৰ্থীক ঘৰৰ ওচৰৰ নেট সংযোগৰ সুবিধা থকা মহাবিদ্যালয়ত অনলাইন পৰীক্ষাত বহাৰ সুবিধা দিয়ক ।
৫) ইতিমধ্যে পাঠদান সম্পন্ন হোৱা অংশৰ ওপৰতহে প্ৰশ্নকাকত প্ৰস্তুত কৰক ।
৬) সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়া কভিড প্ৰট’কল পালন কৰি অনুষ্ঠিত আৰু সম্পন্ন কৰক ।

(গ) কভিড সজাগতা সিদ্ধান্ত:
২০২১ চনৰ কভিড বিজানু ২০১৯ চনত কৈ পৃথক বুলি প্ৰচাৰ হৈ আছে । এইবাৰৰ বিজানুক UK varient, Brazilian Varient আৰু US varient বুলি বিশ্বৰ আৰু দেশীয় স্বাস্থ্য সংস্থা সমূহে প্ৰকাশ কৰিছে । ২০২১ ৰ কভিড বিজানু কেৱল স্পৰ্শ বা হাঁচি জড়িয়তেই বিয়পি পৰি সংক্ৰমিত নকৰে ; বতাহতো এই বিজানু ভাঁহি আহে । এনে অৱস্থাত সকলোৱে সকলো পৰিবেশত মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজন । আনকি ঘৰলৈ অহা আলহীৰ লগতো মাস্ক পৰিধান কৰিহে কথা বাৰ্তা হব লাগে ।

এই কথাখিনি সমাজৰ শেষৰ গৰাকী ব্যক্তিলৈকে প্ৰচাৰ কৰি সকলোকে সজাগ কৰাৰ সময় সমাগত । এবিভিপিৰ অলম প্ৰান্তৰ সমূহ শাখাই আজিৰ পৰাই কভিড সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিব । বিদ্যাৰ্থী পৰিষদৰ “সদস্য পৰীক্ষাৰ্থী” সকলক আমি কভিড সজাগতা কাৰ্যসূচীৰ পৰা ৰেহাই দিছো । কিন্তু সকলো শ্ৰেনীৰ ৰাইজে বিদ্যাৰ্থী পৰিষদৰ শাখা সমূহক কভিড সজাগতা কাৰ্যসূচী সফল কৰি তোলাত সহায় সহযোগ কৰিবৰ বাবে এবিভিপি অসম প্ৰান্তে কৰযোৰে আহবান জনাইছে ।

ধন্যবাদেৰে:
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,
অসম প্ৰান্ত ।
ইং ২০।৪।২০২১
গুৱাহাটী ।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App