January 14, 2025
ভাৰত

চাইনিজ ক'ৰোনা মহামাৰী কালত বিশ্বগুৰুৰ ভূমিকাত ভাৰত ।

চাইনিজ ক’ৰোনা মহামাৰী কালত বিশ্বগুৰুৰ ভূমিকাত ভাৰত ।

এটা কথাত আমি প্ৰথমেই একমত হব লাগিব যে, ক’ৰোনা ভাইৰাছক লৈ আমি যিমান আতংকিত তাতোকৈ অধিক সচেতন আৰু সজাগ হব লাগিব চীনৰ কৰ্মকাণ্ডৰ প্ৰতি ৷ এই কথা জলজল পটপটকৈ ওলাই পৰিছে যে চীনৰ লেব’ৰেটৰিতেই ক’ৰোনা ভাইৰাছ সৃষ্টি হৈছিল আৰু সমগ্ৰ বিশ্বত ইয়াক সিঁচৰতি কৰি দিয়া হৈছিল ৷ চীনলৈ যোৱা বিদেশী লোকৰ জৰিয়তেই যদিও বিভিন্ন দেশলৈ চীন সৃষ্ট ক’ৰোনা ভাইৰাছ বিয়পি পৰিছিল, এইক্ষেত্ৰত কিন্তু মুছলমানসকলকো চীন চৰকাৰে বাহক হিচাপে ব্যৱহাৰ কৰিছিল ৷ যি কথা একাংশ ইছলামিক মোল্লা, মৌলৱীৰ মুখেৰেই অজানিতে প্ৰচাৰ হৈছিল ৷ আপোনালেকে কেইটামান ভাইৰেল ভিডিঅ’ত দেখা পাইছিল নিশ্চয়- য’ত একাংশ মোল্লা মৌলৱীয়ে প্ৰকাশ কৰিছিল মুছলমানৰ জৰিয়তে কিদৰে ক’ৰোনা ভাইৰাছ বিয়পোৱাৰ কামত জৰিত হৈছিল চীনৰ কম্যুনিষ্ট চৰকাৰ ৷ মোল্লাসকলে কৈছিল- য়ু’হানত যেতিয়া ক’ৰোনাই মহামাৰীৰ ৰূপ লৈছিল তেতিয়া হেনো চীনৰ ৰাষ্ট্ৰপতিয়ে চীনা লোকসকলক মছজিদলৈ যাবলৈ কৈছিল ৷ স্বাভাৱিকতেই চীনালোকসকলে তাকেই কৰিছিল ৷ কাৰণ এটাই, মুছলমান সকলৰ জৰিয়তে সমগ্ৰ বিশ্বতে ক’ৰোনা বিয়পাই দিয়া ৷ যি কথা ভাইৰেল হৈ পৰা ভিডিঅ’বোৰত দেখিবলৈ পোৱা গৈছিল ৷ দেখা গৈছিল মুছলমানৰ স’তে মছজিদত প্ৰতিকী নামাজত অংশ লৈছিল চীনালোকে ৷ আৰু তাৰপিচতে মালয়েচিয়া, ভাৰত আদি দেশত অনুষ্ঠিত হোৱা বিশ্ব ইস্তেমা আৰু তবলিগী জামাতৰ জৰিয়তে ভয়াৱহ ৰূপত বিয়পি পৰিছিল চীনৰ জৈৱাস্ত্ৰ ক’ৰোনা ভাইৰাছ ৷ এই কথা কোৱাৰ প্ৰয়োজন নহব যে, অসম বা ভাৰতত দিল্লীৰ তবলিগী জামাতৰ পৰাই ব্যাপকভাৱে ক’ৰোনা বিয়পি পৰিছিল ৷ ক’ৰোণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশত জাৰি কৰা লকডাউনৰ ফলত দেশখন অৰ্থনৈতিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হবলগীয়া হৈছে ৷
যদিও ক’ৰোনা ভাইৰাছৰ বাবে ভাৰতৰ অৰ্থনীতি নিশ্চিতভাৱে ক্ষতিৰ সন্মুখীন হবলগীয়া হৈছে তথাপি বিদেশৰ বহু দেশৰ দৰে আমাৰ দেশৰ এজনো ৰোগীৰ আলৈ আথানি হোৱা নাই ৷ প্ৰতিজন ক’ৰোনা আক্ৰান্ত ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰা হৈছে আৰু বিদেশৰ উন্নত ৰাষ্ট্ৰসমুহৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰো যথেষ্ঠ কম ৷ এয়াও নিশ্চিতভাৱেই ভাৰতৰ বাবে গৰ্ব আৰু অহংকাৰৰ বিষয় যে, ক’ৰোনাৰ চিকিৎসাৰ বাবে এতিয়ালৈ বিশেষ দৰৱ আৱিস্কাৰ হোৱা নাই যদিও আমেৰিকাৰ দৰে দেশে ভাৰতৰ হাইড্ৰ’ক্স’ক্ল’ৰ’কুইনেৰেহে চিকিৎসা চলাই আছে ৷ তাৰোপৰি ভাৰতৰ যি হেজাৰ বছৰীয়া পৰম্পৰাগত চিকিৎসা সেয়াও ক’ৰোনাৰ ক্ষেত্ৰত মহৌষধ হৈ পৰিছে ৷ লং, ইলাচি, ডালচেনি, তুলসীপাত, শ্যৱনপ্ৰাছ, আদা আদিৰ প্ৰয়োগেৰেই কাড়া তৈয়াৰ কৰি ভাৰতীয় পুৰণি পৰম্পৰাগত ঔষধৰে ক’ৰোনাক প্ৰতিহত কৰাৰ লগতে দেশৰ হাজাৰ হাজাৰ ক’ৰোনা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ আনকি বিশ্বগুৰুৰ ভূমিকাৰে ক’ৰোনা সংক্ৰমণ ৰোধ আৰু ক’ৰোনাৰ পৰা নিজকে মুক্ত কৰাৰ বাবে ভাৰতীয় যোগ আৰু প্ৰাণায়ামে বিশ্বজুৰি ব্যাপকতা লাভ কৰিছে ৷ ভাৰতীয় সনাতনী সংস্কাৰ আৰু পৰম্পৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক বন্তি জ্বলাই, হাতচাপৰি বজাই, ক’ৰোনা যোদ্ধাসকলক যিদৰে উৎসাহ যোগোৱা কামত জৰিত কৰিব পাৰিছে সেয়া আন উন্নত দেশসমুহেও নিজ নিজ দেশত প্ৰয়োগ কৰিছে ৷ বিশ্বগুৰু ভাৰতীয় পৰম্পৰাৰ যশ আৰু গৰিমা বিশ্বব্যাপি বিয়পি পৰাৰ মুহুৰ্তত আমি এটা কথাই কম চীনৰ মানৱতাবিৰোধী কাৰ্য আৰু অহংকাৰ ৰোধ কৰাৰ বাবে ভাৰতে সদায়েই বিশ্ববাসীক মাৰ্গ প্ৰদান কৰিব ৷ অবশ্যে বিশ্বৰ প্ৰায় সকলো দেশৰ লগতে যদিও আজি ভাৰতীয় অৰ্থনীতি ক্ষতিগ্ৰস্থ হৈছে তথাপি ভাৰতীয় পৰম্পৰাৰ প্ৰতি বিশ্ববাসীৰ আকৰ্ষণ অসম্ভৱ ধৰনে বৃদ্ধি পাইছে ৷ যাৰ বাবে কৰমৰ্দনৰ চাহাবী পৰম্পৰাৰ সলনি এতিয়া হাতযোৰ কৰি প্ৰনাম জনোৱা পৰম্পৰাই বিশ্বত ভাৰতক গুৰুৰ আসনত অধিষ্ঠিত কৰিছে ৷ যেতিয়া বিদেশী ৰাষ্ট্ৰ প্ৰধানৰ বৈঠক অথবা, বিশ্ব স্বাস্থ্য সংস্থাই হওক বা কোনো বিশ্ব মহাসন্মিলন ; সকলোতে যেতিয়া বিশ্বৰ আগশাৰীৰ নেতাবোৰে পৰস্পৰৰ প্ৰতি হাতযোৰ কৰি প্ৰনাম নিবেদনেৰে সৌজন্যতা প্ৰকাশ কৰে সেয়া যেন প্ৰতিকী ৰূপত হৈ পৰে ভাৰতৰ সনাতনী পৰম্পৰাৰ প্ৰতি বিশ্বৰ ৰাষ্ট্ৰপ্ৰধানসকলৰো অবিনীত সন্মান আৰু শ্ৰদ্ধা

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App