January 17, 2025
চীনৰ

চীনৰ কৰোণা ভাইৰাচ আৰু চীনৰ দুৰঅভিসন্ধি

চীনৰ কৰোণা ভাইৰাচ আৰু চীনৰ দুৰঅভিসন্ধি

চীনৰ হুবেই (Hubei) প্ৰদেশৰ ৰাজধানী য়ুহান (Wuhan) নগৰৰ গৱেষণাগাৰৰ পৰা কভিড 19 কৰোণা ভাইৰাচ য়ুহান নগৰত বিয়পিবলৈ ধৰাৰ লগে লগে বিষয়টোৰ পৰা বিশ্ববাসীৰ দৃষ্টি আঁতৰাব বাবে আৰম্ভনিতে চীনৰ পৰা বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছিল। এটা উৎসৰ পৰা এই বাতৰি ওলাইছিল যে য়ুহান নগৰৰ মাংসৰ বজাৰখনেই হ’ল এই মাৰাত্মক কৰোণা ভাইৰাচ বিধৰ উৎপত্তিস্থল। এই কথা সৰ্বজনবিদিত যে চীনা লোকসকলে নিগনি, বাদুলি, সাপ, ভেকুলী ইত্যাদি বিভিন্ন জীৱৰ মাংস খায়। সেইলৈ চাই বিশ্ববাসীয়ে প্ৰথমতে ভাবিছিল যে সেয়া হ’লেও হ’ব পাৰে। পাছত যেতিয়া ওলাই পৰিল যে কভিড 19 কৰোণা ভাইৰাচ প্ৰকৃততে য়ুহানৰ গৱেষণাগাৰতহে গৱেষণা কৰি উলিওৱা এবিধ মাৰাত্মক অচিন বিষাণু, তেতিয়া চীনৰ য়ুহানত বাস কৰা এজন ভাৰতীয়ৰ এটা শ্ৰাব্য বাৰ্তা (audio message) WhatsApp অত বিয়পি পৰাৰ বাবে আমি শুনিবলৈ পাইছিলোঁ এই বুলি যে চীনা চৰকাৰে হেনো চীনৰ সকলো বৃদ্ধ-বৃদ্ধা নাগৰিকক তেওঁলোকৰ চৰকাৰী বৃদ্ধ পেনচন দিয়ে। সেয়ে সেই চৰকাৰী ধন বচাবলৈ চীনা চৰকাৰে হেনো চীনৰ বৃদ্ধ-বৃদ্ধা সকলক মাৰিবৰ কাৰণে এই বিধ অচিন ভাইৰাচ সৃষ্টি কৰিছিল।
সি যি কি নহওক, চীনে যে জৈৱাস্ত্ৰ (Biological Weapon বা Biological Warfare Weapon) হিচাপেহে এই মাৰাত্মক অচিন কৰোণা ভাইৰাচবিধ প্ৰস্তুত কৰি উলিয়াইছে — এই প্ৰকৃত সত্য ওলাই পৰাৰ পাছত, দৰাচলতে চীনে যে এই জৈৱাস্ত্ৰৰ প্ৰয়োগেৰে বিশ্বত অস্থিৰ অৱস্থাৰ সৃষ্টি কৰি তাৰেই সুযোগতে বিশ্বৰ বাণিজ্য নিজৰ দখললৈ অনাৰ আৰু নিকটৱৰ্ত্তী দেশ সমূহলৈ নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ উদ্দেশ্যে দুৰভিসন্ধমূলকভাৱে পৰিকল্পনা ৰচনা কৰিছিল সেই কথাও এতিয়া চীনৰ বৰ্তমানৰ কাৰ্যকলাপলৈ চাই স্পষ্টকৈ সৰ্বজনবিদিত হ’ল।
এতিয়া প্ৰশ্ন উঠিছে এই বুলি যে চীনৰ লোক সকলে অহিংস নীতিৰ ভেটিত প্ৰতিষ্ঠিত বৌদ্ধধৰ্মাৱলম্বী লোক। তেনে হোৱা সত্বেও এই হিংসা আৰু এনে লিপ্সা কিয়?এইখিনিতে এই কথা উল্লেখনীয় যে খ্ৰীষ্টাব্দ আঠ শতিকাত চীনৰ তদানীন্তন ৰজাই কৈছিল যে বৌদ্ধ ধৰ্ম বিদেশী ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ সৈতে চীনৰ কৃষ্টি-সংস্কৃতিৰ কোনো মিল নাই। এই বুলি কৈ সেই ৰজা জনে চীনত চল্লিছ হেজাৰ বৌদ্ধ মন্দিৰ ধংস কৰিছিল আৰু চাৰি লাখ বৌদ্ধ সন্ন্যাসীক অমানুষিকভাৱে অত্যাচাৰ কৰিছিল। পৰৱৰ্তী সময়ত চীনত কমিউনিষ্ট মতবাদৰ উত্থান ঘটাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে চীনৰ সৰহসংখ্যক নাগৰিক সকলে নাস্তিকতাবাদৰ অনুগামী। সৰহসংখ্যক চীনা লোকসকলে কোনো ধৰ্ম নামানে। নাস্তিকতাবাদৰ অনুগামী কমিউনিষ্ট সকলৰ নীতি-নিয়ম-নিৰ্দেশনা নিষ্ঠুৰতাৰ ভেটিত প্ৰতিষ্ঠিত আৰু তেওঁলোকৰ শাসন-নীতি হ’ল দমন নীতি। তেওঁলোকে সাম্যবাদৰ কথা ক’লেও তেওঁলোকৰ নেতাসকলে ভোগ বিলাসৰ সকলো সা-সুবিধা গ্ৰহণ কৰে। তাৰ বহুতো উদাহৰণ আছে। সেই কাৰণে কমিউনিষ্ট মতবাদৰ বিৰোধী লেখক জৰ্জ অৰ’ৱেলে (George Orwell) তেওঁৰ Animal Farm নামৰ কিতাপত লিখিছিল যে “All animals are equal but some animals are more equal than the other animals.”
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল চীনৰ প্ৰেমত অন্ধ ব্যক্তি। তেখেতৰ এই চীন-প্ৰীতিৰ অন্ধত্ব আৰু তেখেতৰ মৌন সন্মতিৰ সুযোগ লৈ চীনে অতীতত বিশ্বাসঘাতকতা আৰু ছলনাৰে ভাৰতৰ ভূমি দখল কৰিছিল, তিব্বত দখল কৰিছিল।ইংৰাজী ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভুল সিদ্ধান্তৰ বাবে উত্তৰ পূৰ্বাঞ্চল সহ ভাৰতৰ এক বৃহৎ অংশ চীনৰ দখললৈ যোৱাৰ উপক্ৰম হৈছিল। সেই সময়ত ভাৰতীয় সেনাবাহিনীয়ে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত 303 বোৰৰ ৰাইফলেৰে চীনা সেনাবাহিনীৰ বিৰূদ্ধে যুঁজিব লগীয়া হৈছিল। তুলনামূলকভাৱে চীনা সেনাবাহিনীৰ হাতত সেই সময়ত প্ৰচলিত অধিক শক্তিশালী অস্ত্ৰ আছিল। ইংৰাজী ১৯৬২ চনৰ সেই যুদ্ধত ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰম আৰু দেশপ্ৰেমৰ কথা আৰু সেই যুদ্ধৰ বৰ্ণনা তেতিয়াৰ ভাৰতীয় সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ জে পি ডালভিয়ে লিখা “হিমালয়ান ব্লাণ্ডাৰ” নামৰ কিতাপত পোৱা যায়।
এতিয়া ভাৰতীৰ নাগৰিক সকলে মুকলিকৈ চীনত নিৰ্মিত সামগ্ৰী বৰ্জনৰ সিদ্ধান্ত লোৱাত চীনৰ ব্যৱসায় ক্ষতিগ্ৰস্থ হোৱাৰ আশংকাত চীনা চৰকাৰে চিন্তাত পৰিছে। ভাৰতে কূটনৈতিক কৌশলেৰে ৰেডিঅ’ বাৰ্তা প্ৰচাৰৰ মাধ্যমেৰে তিব্বতী সকলক সচেতন কৰিবলৈ লৈছে। হংকঙতো ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰিছে। ভাৰতে তিব্বত, তাইৱান আৰু হংকঙলৈ সমৰ্থন আগবঢ়ালে ভাৰতে চীনৰ বিৰূদ্ধে কূটনৈতিক সফলতা পোৱাটো নিশ্চিত। ইফালে ভাৰতীয় সেনাবাহিনীৰ ৰণকৌশল, ভাৰতীয় সেনাবাহিনীৰ কৰ্ম-স্বাধীনতালৈ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মুক্ত সমৰ্থন আৰু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত আৰু পদক্ষেপলৈ ভাৰতীয় নাগৰিক সকলৰ পূৰ্ণ সমৰ্থনৰ বাবে এইবাৰ চীন চৰকাৰে যিমানেই চেষ্টা নকৰক কিয় — একো কৰিব নোৱাৰে।

শোভন চেটাৰ্জী

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App