February 7, 2025

যি সময়ত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অথবা মৃতকৰ সৎকাৰ কাৰ্যৰ বাবে বিশ গৰাকী লোকতকৈ অধিক লোক একেলগে সমবেত হোৱাত চৰকাৰে নিষেধাজ্ঞা জাৰী কৰিছে সেই সময়তে ইছলামধৰ্মী এগৰাকী মৌলানাৰ জানাজা সম্পন্ন কৰাৰ বেলিকা কালি নগাঁৱৰ ধিঙত লাখ লাখ লোকে জানাজাত অংশগ্রহণ কৰা কাৰ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি উক্ত জানাজাত এগৰাকী সাংসদ, এগৰাকী প্ৰাক্তন মন্ত্রীৰ লগতে কেবাগৰাকী বিধায়ক, ৰাজনৈতিক নেতাই অংশগ্রহণ কৰি একপ্ৰকাৰ চৰকাৰী নিয়মক প্ৰত্যাহ্বান জনাইছে। তথাপি নীৰৱ হৈ আছে চৰকাৰ তথা চৰকাৰী প্ৰশাসন। হিন্দু ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰত চৰম বৈষম্য মুলক আচৰণ কৰা বুলি চৰকাৰ সমালোচিত হৈছে। উল্লেখ্য, ইছলাম ধৰ্মৰ ধর্মগুৰু তথা মৌলানা খাইৰুল ইছলাম মুফটি জানাজাত নগাাঁৱৰ জুৰীয়াাত কালি লক্ষাধিক লােকৰ অংশগ্রহণক লৈ কোনাে গণসংক্ৰমণৰ আশংকা ঘনীভূত হৈছে নগাঁও জিলাত । উত্তৰ – পূব ভাৰতৰ আমিৰে শৰীয়ত আলহাজ মৌলানা খাইৰুল ইছলামৰ জুৰীয়াাৰ দগাঁও খেলপথাৰত কালি সম্পন্ন জানাজাত শ্রদ্ধাঞ্জলি জনাবলৈ যােৱা গুণমুগ্ধৰ সমাগমে চিন্তিত কৰি তুলিছে নগঞা ৰাইজক । কালিৰ দিনটোত নেতাগৰাকীৰ জানাজাত ভাগ ল’বলৈ অসমৰ বিভিন্ন প্রান্তৰ পৰা নগাঁৱৰ জুৰীয়ালৈ হেজাৰ হেজাৰ লােক আহে । এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ আমিনুল ইছলামৰ পিতৃ মৌলানা খাই ৰুল ইছলামক শেষ শ্রদ্ধাঞ্জলি জনাবলৈ যােৱা গুণমুগ্ধৰ সমাগমৰ ভিডিঅ ‘ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিচতে চিন্তিত হৈ পৰিছে জিলা প্রশাসন । নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াৰ মতে জানাজাত সকলােকে সামাজিক ব্যৱধানৰ দিশটোত গুৰুত্ব দিবলৈ জিলা প্রশাসনে অনুৰােধ জনাইছিল । উল্লেখযােগ্য যে জনপ্রিয় ধর্মীয় নেতাগৰাকীৰ জানাজাত সাংসদ প্ৰদ্যুৎ বৰদলৈ , প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনকে ধৰি কেই বাজনাে ৰাজনৈতিক নেতাই অংশগ্রহণ কৰিছিল । জনপ্রিয় ধর্মীয় নেতাগৰাকীৰ বিয়ােগত সকলাে শােকস্তব্ধ হৈ পৰিছে যদিও লক্ষাধিক মানুহে জানাজাত অংশগ্রহণ কৰাৰ বিষয়টোৱে জিলাখনৰ ৰাইজক যথেষ্ট শংকিত কৰি তুলিছে । কাৰণ নগাঁৱত নিতৌ ভ্রমণ বৃত্তান্ত নথকা বহুজন আক্ৰান্ত হৈছে কোৰােনাত ।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App