February 7, 2025
Swapan Das Gupta

বিশ্ব সংবাদ কেন্দ্ৰৰ উদ্যোগত ৱেবিনাৰ। পশ্চিমবংগৰ নিৰ্বাচনী হিংসাই অশনি সংকেত কঢ়িয়াইছে দেশলৈঃ ডঃ স্বপন দাসগুপ্তা

Swapan Das Gupta

গুৱাহাটী ১৪ মে ঃ” পশ্চিমবংগৰ নিৰ্বাচনী হিংসাই অশনি সংকেত কঢ়িয়াইছে দেশলৈ ৷এই প্ৰৱণতা ৰোধ কৰিব নোৱাৰিলে ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিব ভাৰতবৰ্ষই ” ৷ — এই মন্তব্য বিশিষ্ট সাংবাদিক , লেখক,পদ্মভূষণ ডঃ স্বপন দাসগুপ্তাৰ ৷বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ দ্বাৰা আয়োজিত ‘ পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসা আৰু সংবাদ মাধ্যমৰ সহাৰি ‘ শীৰ্ষক অনলাইন আলোচনা চক্ৰত আজি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে ৰাজ্যখনৰ নিৰ্বাচনী হিংসাৰ সন্দৰ্ভত পশ্চিমবংগ চৰকাৰ তথা প্ৰশাসনে লোৱা ভুমিকা অতি গৰিহণা যোগ্য ৷তেওঁ কয়,’ বাও চৰকাৰৰ কাৰ্যকালৰ সময়ৰে পৰা পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ সুএপাত হৈছিল ৷দীঘলীয়া সময়ৰ বাবে সেই ধাৰা অব্যাহত আছিল যদিও শেহতীয়াকৈ নিৰ্বাচনী আয়োগৰ কঠোৰ ভুমিকাৰ পৰিপ্ৰেক্ষিতত প্ৰাক নিৰ্বাচনী হিংসা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ৷কিন্ত নিৰ্বাচনোত্তৰ হিংসা হ্ৰাস পোৱা নাই ৷বৰঞ্চ এইবাৰ নিৰ্বাচনোত্তৰ হিংসাই ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷এইবাৰ তৃণমূল কংগ্ৰেছৰ কৰ্মী -সমৰ্থকে ফলাফল ঘোষণাৰ পিছতে বিজেপি সমৰ্থকৰ ওপৰত অবৰ্ণনীয় আক্ৰমণ কৰা বুলিয়েই নহয় ঘৰ বাৰী ধ্বংস কৰি লুটপাত চলাইছে ৷ফলত বহু লোক প্ৰাণৰ মমতাত পলায়ন কৰিবলগীয়া হৈছে ৷আটাইতকৈ উদ্বেগজনক কথাটো হল তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ নামত বিভিন্ন ঠাইত একাংশ দুস্কৃতিকাৰীয়ে বিজেপি কৰ্মী সমৰ্থকৰ ওপৰত আক্ৰমণ আৰু লুটপাত চলাইছে ৷ইয়াৰ পৰিপ্ৰেক্ষিততে ঠায়ে ঠায়ে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সুএপাত হোৱা দেখা গৈছে ৷কিন্ত লক্ষনীয়ভাবে ইয়াৰ পিছতো পশ্চিমবংগৰ চৰকাৰ তথা আৰক্ষীয়ে গ্ৰহন কৰিছে নিষ্ক্ৰিয় ভুমিকা ৷তদুপৰি হেজাৰ হেজাৰ লোকৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ হোৱাৰ পিছতো সংবাদ মাধ্যমে গ্ৰহণ কৰা ভুমিকা দুৰ্ভাগ্যজনক ৰূপে বিবেচিত হৈছে ৷দুই এক সংবাদ প্ৰতিষ্ঠানৰ বাহিৰে বাকীসকলে নিৰ্বাচনী হিংসাৰ বাতৰি ভালদৰে প্ৰচাৰ কৰা নাই ৷’ নি্ৰ্বাচনোত্তৰ হিংসাৰ এনে ঘটনাই জনমানসত পশ্চিমবংগৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰা বুলি দোহাৰি ডঃ দাসগুপ্তাই কয় যে সময় থাকোতেই সজাগ নহলে পৰৱৰ্তী সময়ত ৰাজ্যখনৰ হিন্দু মুছলমানৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিব ৷তেওঁ কয়,’ পশ্চিমবংগত আৰম্ভ হোৱা এই ভয়ংকৰ প্ৰৱণতা সমগ্ৰ দেশতে যাতে বিয়পি পৰিব নোৱাৰে , তাৰ বাবে সকলোৱে সতৰ্ক হব লাগিব ৷উল্লেখযোগ্য আজিৰ ৱেবিনাৰত উত্তৰ পূৰ্বাঞ্চলৰ ৫৭ গৰাকী জেষ্ঠ সাংবাদিক, লেখকে অংশগ্ৰহণ কৰে ।Previous Post

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App