গুৱাহাটী ১৪ মে ঃ” পশ্চিমবংগৰ নিৰ্বাচনী হিংসাই অশনি সংকেত কঢ়িয়াইছে দেশলৈ ৷এই প্ৰৱণতা ৰোধ কৰিব নোৱাৰিলে ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিব ভাৰতবৰ্ষই ” ৷ — এই মন্তব্য বিশিষ্ট সাংবাদিক , লেখক,পদ্মভূষণ ডঃ স্বপন দাসগুপ্তাৰ ৷বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ দ্বাৰা আয়োজিত ‘ পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসা আৰু সংবাদ মাধ্যমৰ সহাৰি ‘ শীৰ্ষক অনলাইন আলোচনা চক্ৰত আজি বিশিষ্ট […]
ডিজিটেল ডেস্ক: গুৱাহাটী, ১ ২ মে’ দেশৰ পাচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মে ঘোষিত হোৱাৰ পিছত অসম, তামিলনাডু, কেৰেলা আৰু পুডুচেৰীত শান্তি পূর্ণ বিৰাজ কৰাৰ বিপৰীতে পশ্চিমবংগৰ বিজয়ী দল তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ আন বিৰোধী দলৰ সমৰ্থক সকলৰ প্ৰতি হিংসাত্মক হৈ উঠে। বিশেষকৈ ৰাজ্যখনৰ নিৰ্বাচনত কংগ্ৰেছ, চি পি আই (এম) পূৰ্ণ ৰূপত […]
Comments