April 29, 2026
HINDU

পশ্চিমবংগত নিৰ্বাচন কেন্দ্রিক সংঘটিত হোৱা হত্যা, হিংসাত গৃহহীন পাঁচ শতাধিক লোক। অসমৰ চাৰিটা স্হানত আশ্ৰয় গ্ৰহণ ৫৫৭ গৰাকীৰ।

পশ্চিমবংগত নিৰ্বাচন কেন্দ্রিক সংঘটিত হোৱা হত্যা, হিংসাত গৃহহীন পাঁচ শতাধিক লোক।   অসমৰ চাৰিটা স্হানত আশ্ৰয় গ্ৰহণ ৫৫৭ গৰাকীৰ।
পশ্চিমবংগত নিৰ্বাচন কেন্দ্রিক সংঘটিত হোৱা হত্যা, হিংসাত গৃহহীন পাঁচ শতাধিক লোক।
অসমৰ চাৰিটা স্হানত আশ্ৰয় গ্ৰহণ ৫৫৭ গৰাকীৰ।

ডিজিটেল ডেস্ক: গুৱাহাটী, ১ ২ মে’ দেশৰ পাচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মে ঘোষিত হোৱাৰ পিছত অসম, তামিলনাডু, কেৰেলা আৰু পুডুচেৰীত শান্তি পূর্ণ বিৰাজ কৰাৰ বিপৰীতে পশ্চিমবংগৰ বিজয়ী দল তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ আন বিৰোধী দলৰ সমৰ্থক সকলৰ প্ৰতি হিংসাত্মক হৈ উঠে। বিশেষকৈ ৰাজ্যখনৰ নিৰ্বাচনত কংগ্ৰেছ, চি পি আই (এম) পূৰ্ণ ৰূপত উৎখাত হোৱাৰ বিপৰীতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ সম্মুখত ভাৰতীয় জনতা পাৰ্টী প্ৰধান প্ৰতিদ্বন্দ্বী দল হৈ উঠে। পশ্চিমবঙ্গৰ বিগত বিধানসভাত বিজেপিৰ হাতত মাত্ৰ তিনিটা সমষ্টিৰ তিনিজন বিধায়কহে থকাৰ বিপৰীতে এইবেলিৰ নিৰ্বাচনত ৭৪খন আসন দখল কৰিবলৈ সক্ষম হয়। পশ্চিমবংগৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই ৰাজ্যখনৰ চাৰিওপিনে বিজেপি কৰ্মী আৰু সমৰ্থক সকলৰ ওপৰত একশ্ৰেণীৰ দুস্কৃতিকাৰীয়ে হত্যা-হিংসা-লুন্ঠন-অগ্নি সংযোগ আদি ঘটনা সংঘটিত কৰে। ফলত পশ্চিম বংগৰ ২৮ খন গাঁৱৰ ৫৫৭ গৰাকী লোকে নিজৰ ঘৰ-বাৰী এৰি অসমৰ সীমামুৰীয়া স্হানত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। প্ৰাপ্ত তথ্য মতে, পশ্চিম বংগৰ ভাকুনমাৰী, বালাকুছি, সুভাষ পল্লী, ছোটলাউকুছি, কাঠালবাৰী, ঝাওকুছি, বালাভূত, ৰাজাৰকুঠি, কৃষ্ণপুৰ, লাউখুটি, ফলিমাৰী আদি ২৮ খন গাৱঁৰ ৫৫৭ গৰাকী লোকে প্ৰাণৰ মমতাত অসমত বিগত আঠ, ন দিনে আশ্ৰয় গ্ৰহণ কৰি আহিছে। তথ্য মতে, উক্ত গাঁও সমূহৰ ২২৮ গৰাকী পুৰুষ, ৮৭ গৰাকী মহিলা আৰু ২৯ টা শিশু অসমত স্থাপিত শিবৰত আশ্ৰয়

গ্ৰহণ কৰি আছে। অসমৰ ধুবুৰী জিলাৰ পোকালাগী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ আশ্ৰয় শিবিৰত মুঠ ২১৮ গৰাকী আৰু ৰণ পাগলী মজলীয়া বিদ্যালয়ত ২৩০ গৰাকী পশ্চিম বংগৰ লোক আশ্ৰয় গ্ৰহণ কৰি আছে। আনহাতে, কোকৰাঝাৰ জিলাৰ তামাৰহাটৰ আশ্ৰয় শিবিৰত ৫১ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে শ্ৰীৰামপুৰৰ শিবিৰত ৫৮ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। উল্লেখ্য, ভোটাধিকাৰ বিজেপিৰ হকে প্ৰদান কৰাৰ পিছতেই ভোটাৰ

সকলৰ ওপৰত খৰ্গহস্ত হৈ মমতা দিদিৰ গোপন নিৰ্দেশত বিজেপি কৰ্মী-সমৰ্থকৰ ওপৰত পৰিকল্পিত আক্ৰমণ আৰম্ভ কৰি দিয়ে বুলি অভিযোগ কৰিছে আশ্ৰিত লোকসকলে। আনকি, বাচি বাচি বিজেপি নেতা-কৰ্মীৰ বাসগৃহ ভাঙি চূচুৰ্মৈ কৰাৰ লগতে ঠায়ে ঠায়ে অগ্নি সংযোগো কৰে। লগতে অসংখ্য বিজেপি কৰ্মী-সমৰ্থকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত

লুটপাত চলাই কোটি কোটি টকাৰ সা-সামগ্ৰী লৈ যায়। কিন্তু এইসমূহ হিংসাত্মক ঘটনাৰ সমান্তৰাল ভাৱে একাংশ দুস্কৃতিকাৰীয়ে মহিলাসকলকো ব্যাপক অশালীন ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে। ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘটিত কৰা এই ব্যাপক বৰ্বৰ ঘটনাত কেবাজনে প্ৰাণ হেৰুওৱাৰ লগতে বহুলোক শাৰিৰীক ভাৱে নিৰ্যাতিত হয়। মমতা বেনাৰ্জীৰ আশীৰ্বাদপুষ্ট বুলি অভিহিত এই আক্ৰমণকাৰী সকলৰ অধিকাংশই আছিল মুছলিম সম্প্রদায়ৰ বুলি ভূক্তভোগী সকলে জানিবলৈ দিছে।
এই ভয়াবহ ঘটনা সন্দৰ্ভত পুলিচৰ ভূমিকা আছিল অতি দুৰ্ভাগ্যজনক। ভূক্তভোগীৰ লগতে প্ৰত্যক্ষদৰ্শীৰ মতে স্থানীয় পুলিচ প্ৰশাসন আছিল মূকদৰ্শক। ফলত উপায়হীন হৈ দুৰ্দশাগ্ৰস্ত আক্ৰান্ত মানুহখিনিয়ে ঘৰ-দুৱাৰ সা-সম্পত্তি এৰি থৈ, প্ৰাণৰ মায়াত উত্তৰবংগৰ কোচবিহাৰ আৰু আলিপুৰ আদি জিলাৰ পৰা বঙ্গৰ সীমাসংলগ্ন অসমৰ ধুবুৰী জিলালৈ পলাই আহে। আশ্ৰয়প্ৰাৰ্থী লোকসকলে অসমৰ সীমা সংলগ্ন গাওঁ ৰণপাগলী আৰু পোকালাগী -ছাগলীয়া ২য় খন্ড আৰু কোকৰাঝাৰ জিলাৰ তামাৰহাট আৰু শ্ৰীৰামপুৰ গাওঁত আশ্ৰয় বিচাৰি উপস্থিত হয়। এই খবৰ অসমৰ সীমা সংলগ্ন গাওঁবোৰত বিয়পি পৰাৰ লগে লগে সংশ্লিষ্ট গাওঁ সমূহৰ যুৱক আৰু সমাজসেৱী ব্যক্তি সকলে পশ্চিমবংগৰ পৰা অহা ভীত সন্ত্ৰস্ত আৰু ক্ষতিগ্ৰস্ত নাগৰিক সকললৈ সাহায্যৰ হাত আগবঢ়ায় আৰু স্থানীয়ভাৱে খাদ্য আৰু পোহৰৰ যোগান ধৰাৰ লগতে সুৰক্ষাৰ ব্যৱস্থাও গ্ৰহণ কৰে। অসম ৰাজ্যৰ ধুবুৰী জিলা প্ৰশাসন, জিলা আৰক্ষী অধীক্ষক,জিলা উপায়ুক্ত তৎপৰতাৰে মানুহখিনিৰ নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰে। অৱশ্যে, ধুবুৰী জিলা উপায়ুক্ত নিৰ্দেশত স্বাস্থ্য বিভাগৰ জড়িয়তে আহত ব্যক্তিৰ চিকিৎসাৰ লগতে কোভিডষ-১৯ ৰ পৰীক্ষাও সম্পন্ন কৰে। কোভিড-19 ৰ দ্বাৰা আক্ৰান্ত ব্যক্তিক সুচিকিৎসাৰ বাবে ধুবুৰী জিলাৰ কোভিড কেয়াৰ চেন্টাৰ, মটেৰঝাৰ ত পৃথক ভাৱে ৰখা হয় আৰু চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে। প্ৰাণৰ মমতাত নিজৰ ঘৰ-বাৰী এৰি অসমত আশ্ৰয় গ্ৰহণ কৰা এইসকললোক কেতিয়া নিজ ঘৰলৈ উভতি যাব পাৰিব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App