ডিজিটেল ডেস্ক: গুৱাহাটী, ১ ২ মে’ দেশৰ পাচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মে ঘোষিত হোৱাৰ পিছত অসম, তামিলনাডু, কেৰেলা আৰু পুডুচেৰীত শান্তি পূর্ণ বিৰাজ কৰাৰ বিপৰীতে পশ্চিমবংগৰ বিজয়ী দল তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ আন বিৰোধী দলৰ সমৰ্থক সকলৰ প্ৰতি হিংসাত্মক হৈ উঠে। বিশেষকৈ ৰাজ্যখনৰ নিৰ্বাচনত কংগ্ৰেছ, চি পি আই (এম) পূৰ্ণ ৰূপত […]
ডিজিটেল ডেস্ক: বংগৰ নিৰ্বাচনী ফলাফলৰ পিছত ৰাজনৈতিক হিংসাৰ মাজতে মমতা বেনাৰ্জীয়ে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্রহণ কৰি মমতাই কয় যে এতিয়ালৈকে আইন-শৃংখলা নিৰ্বাচন আয়োগৰ অধীনত চলি আছে কিন্তু এতিয়া ৰাজ্যখনত হিংসা বন্ধ কৰাটো আমাৰ প্ৰথমিক দায়িত্ব।ইফালে, কলকাতাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বংগৰ হিংসাৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুম্বাইতো, […]
Comments