
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ দেৱৰ দেহাবসান,৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ দেৱৰ দেহাবসান,৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ।
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ দেৱৰ দেহাবসান , সোমবাৰে সন্ধিয়া ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ । তেওঁ কেইবাদিনো ধৰি আৰ্মি হস্পিতালত চিকিৎসাধীন হৈ আছিল । প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিত মুখাৰ্জীয়ে টুইট যুগে প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ কথা জনাই ।
বিগত দিনত প্ৰণৱ মুখাৰ্জী কৰণাত আক্ৰান্ত হৈছিল যদিও সুস্থ হৈ উঠিছিল , তেওঁক চাৰ্জাৰীও কৰা হৈছিল ।
বিগত বছৰত ভাৰতৰন্ত সন্মানেৰে বিবুক্ষিত কৰা হৈছিল ।
প্ৰণৱ মুখাৰ্জীৰ জন্ম ১১ ডিচেম্বৰ ১৯৩৫ চনত মিৰাতি গাওঁত হৈছিল ।তেওঁ কলিকতা বিশ্ব বিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু হিষ্ট্রীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।