May 22, 2025

ভাৰতৰ বাবে গুৰুতৰ নিৰাপত্তা উদ্বেগঃ বাংলাদেশৰ কাৰাগাৰৰ পৰা জামিনত মুকলি ৪৩ গুৰুতৰ অপৰাধী-ভাৰত বিৰোধী সন্ত্ৰাসবাদী

বাংলাদেশত ৫ আগষ্টত হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পিছৰ পৰা অতি কমেও ৪৩ জন হাই-প্ৰফাইল অপৰাধী আৰু জিহাদী সন্ত্ৰাসবাদীক জামিনত মুকলি কৰি দিয়া হৈছে। তদুপৰি, যোৱা ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা কাৰাগাৰৰ ওপৰত ধাৰাবাহিক আক্ৰমণত দেশখনৰ ১৭খন কাৰাগাৰৰ পৰা ২০০০ৰো অধিক কাৰাবন্দী পলায়ন কৰিবলৈ সক্ষম হয় । এইসকলৰ ভিতৰত ৭০জন জিহাদীকে ধৰি ৯০০ৰো অধিকজন এতিয়াও পলাতক হৈ আছে। ভাৰতৰ বাবে এই ঘটনাৰাজি গভীৰ উদ্বেগৰ কাৰণ হৈ উঠিছে।
এই গুৰুত্বপূৰ্ণ তথ্য শেহতীয়াকৈ সদৰি কৰিছে দেশখনৰ কাৰাগাৰৰ ইন্সপেক্টৰ জেনেৰেল (আইজি) ব্ৰিগেডিয়াৰ জেনেৰেল চৈয়দ মহম্মদ মোতাহাৰ হুছেইনে । আই জি হুছেইনে জনোৱা মতে কাৰাগাৰত আক্ৰমণৰ সুযোগ লৈ পলায়ন কৰা বন্দীসকলৰ সৈতে ৯৪টা আগ্নেয়াস্ত্ৰ‌ও লুট কৰে ।

হাছিনা চৰকাৰ পতনৰ পিছৰ পৰা ঘোৰ ভাৰত বিদ্বেষী ৪৩জন হাই-প্ৰফাইল অপৰাধী আৰু জিহাদীৰ মুক্তি, ভাৰতৰ বাবে, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰাপত্তা সংকট । ৭০জন জিহাদীকে ধৰি ৯০০+ৰো অধিক বন্দী এতিয়াও পলাতক হৈ থকা বিষয়টোৰ ভাৰতৰ বাবে উদ্বেগজনক । ভাৰত আৰু বাংলাদেশৰ মাজৰ উন্মুক্ত সীমান্তৰে বিপদৰ আশংকা আৰু অধিক বৃদ্ধি পালে । হৰকাত-উল-জিহাদ-আল-ইছলামী (হুজি) ৰ দৰে বাংলাদেশস্থিত জিহাদী গোটসমূহে ভাৰতৰ উত্তৰ-পূবক দীৰ্ঘদিন ধৰি লক্ষ্য কৰি আহিছে, অঞ্চলটোত হিংসা বিয়পোৱাৰ বাবে । এই গোটবোৰৰ লক্ষ্য‌ই হৈছে ইছলামিক মৌলবাদৰ সম্প্ৰসাৰণ ঘটাই ভাৰতক অস্থিৰ কৰি তোলা ।

বাংলাদেশত জিহাদী নেটৱৰ্কৰ উত্থান ভাৰতৰ বাবে এক ধাৰাবাহিক ভাবুকি হৈ আহিছে । আলফাকে ধৰি ভাৰতস্থিত উগ্ৰপন্থীড়গোটসমূহৰ বাবে বাংলাদেশ এক সুৰক্ষিত আশ্ৰয়স্থল । বাংলাদেশতৰ জিহাদী গোটসমূহে প্ৰায়ে উত্তৰ-পূব ভাৰতৰ স্থানীয় উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে সহযোগিতা কৰি অসম, মণিপুৰ আৰু ত্ৰিপুৰাৰ দৰে ৰাজ্যত আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এতিয়া, বাংলাদেশৰ কাৰাগাৰৰ পৰা এনে সন্ত্ৰাসবাদীক মুকলি কৰাটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত এক নতুন জটিলতাৰ সৃষ্টি যে কৰিব সেয়া নিশ্চিত ।

ভাৰতৰ নিৰাপত্তা বিশ্লেষকসকলে অধিক সতৰ্কতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সমগ্ৰ অঞ্চলটোত জিহাদী মৌলবাদৰ বৰ্ধিত প্ৰভাৱে এই গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলক অস্থিৰ কৰি তুলিব । এইয়া কেৱল স্থানীয় জনসাধাৰণৰ বাবেই নহয়, বৰঞ্চ বিস্তৃত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে‌ও এক গুৰুতৰ ভাবুকি।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App