May 15, 2025

মানৱ ৰূপী দানৱৰ কামনাৰ বলি অসহায় কিশোৰী-নাবালিকা

মাত্ৰ ৪৮ ঘন্টাৰ ভিতৰত ৰাজ্যত সংঘটিত হ’ল কিশোৰী-নাবালিকা বলাৎকাৰ-নিৰ্যাতনৰ তিনিটাকৈ জঘন্য কাণ্ড । মানৱ ৰূপী দানৱৰ কামনাৰ বলি হ’ল অসহায় কিশোৰী-নাবালিকা । তাৎপৰ্যপূৰ্ণ ভাবে, ৰাজ্যৰ ভিন্ন স্থানত সংঘটিত তিনিওটা ঘটনাত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা অথবা পলাই থকা আটাইকেইজনেই বাংলাদেশী মূলৰ মুছলমান লোক ।

নগাঁৱৰ ধিং, লখিমপুৰৰ উলুবাৰী আৰু বিহালীৰ বুৰৈঘাটৰ এই শেহতীয়া তিনিটা জঘন্য ঘটনাই আকৌ এবাৰ স্পষ্ট কৰিলে- অসমত ক্ৰমে ক্ৰমে সৃষ্টি হ’বলৈ ধৰা ভয়ানক ছবিখন । নগাঁৱৰ ধিঙত বৃহস্পতিবাৰে সন্ধিয়া টিউছনৰ পৰা উভতাৰ পথত এগৰাকী কিশোৰী গণ ধৰ্ষণৰ বলি হয় । টিউছনৰ পৰা চাইকেলেৰে ঘৰলৈ উভতা দুৰ্ভগীয়া কিশোৰী গৰাকীক তিনিজনকৈ দুৰ্বৃত্তই বাট আগচি অসৎ কাৰ্য চৰিতাৰ্থ কৰে । পিছত মুমুৰ্ষূ অৱস্থাত পথৰ দাঁতিত কিশোৰী গৰাকীক পেলাই থৈ যায় দুৰ্বৃত্ত তিনিজনে । প্ৰায় এঘন্টা তেনেদৰে অচেতন হৈ থকা পৰি থকা দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীক পিছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ।

এই ঘটনাই অকল ধিং অঞ্চলতে নহয়, সমগ্ৰ অসমতে জোকাৰণিৰ সৃষ্টি কৰিছে । ঘটনাৰ উচিত তদন্ত আৰু অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবীত শুকুৰবাৰে ধিং আঞ্চলিক ছাত্ৰ সন্থাই ধিং বন্ধৰে সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰে । বাতৰি লিখাৰ সময়লৈ, ঘটনাৰ লগত জড়িত জুনেইদুল ইছলাম নামৰ এজন দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে আটক কৰিছে তফজ্জুল ইছলাম নামৰ আন এজনকো । মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ঘটনা সন্দৰ্ভত গভীৰ উদ্বীগ্নতা প্ৰকাশ কৰি অসম আৰক্ষীৰ DGP ক নিৰ্দেশ দিছে ঘটনাস্থলী পৰিদৰ্শন কৰি ফলপ্ৰসূ তদন্তৰ ব্যৱস্থা কৰিবলৈ।

ৰাজ্যত চক্ৰ বৃদ্ধি হাৰত বাঢ়িছে বাংলাদেশী আৰু ৰোহিংগীয়া মূলৰ তথাকথিত ধৰ্মীয় সংখ্যালঘুৰ জনসংখ্যা । আৰু এই সকল সন্দেহজনক লোকৰ জনসংখ্যা বৃদ্ধি কিদৰে অসম আৰু অসমীয়াৰ বাবে বিপজ্জনক হৈ আহিছে তাৰেই উদাহৰণ শেহতীয়া অসমৰ পৰিস্থিতি ।

বিশ্বনাথ জিলাৰ বিহালীতো বিগত ৪৮ ঘন্টাৰ ভিতৰত ঘটিল কিশোৰী নিৰ্যাতনৰ আন এক ঘটনা । বুৰৈঘাট অঞ্চলত পুৱতি নিশা প্ৰসাৱ কৰিবলৈ বাহিৰলৈ ওলাই অহা এগৰাকী কিশোৰীক অপহৰণৰ চেষ্টা চলাই সমীপতে এক নিৰ্মাণ কাৰ্যত নিয়োজিত এচাম শ্ৰমিকে । চিঞৰ-বাখৰ কৰি কোনোমতে নিজক বচাই কিশোৰী গৰাকীয়ে । পিছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুৰুচ হুছেইন-সুৰজ আলী-আব্দুল হুছেইন নামৰ তিনিজন শ্ৰমিকক ।

ইফালে, লখিমপুৰৰ উলুবাৰীতো ঘটিল এক লজ্জাজনক ঘটনা । এগৰাকী ৯ বছৰীয়া নাবালিকাৰ শ্লীলতা হানিৰ চেষ্টা চলাই এজন মোৱাজ্জিন -এ । উলুবাৰীৰ মছজিদৰ আজান দিবৰ বাবে নিযুক্ত মোৱাজ্জিন তথা ঘটনাত অভিযুক্ত মাতাব আলী এতিয়াও পলাতক ।

যোৱা জুন মাহতো দুটাকৈ অনুৰূপ ঘটনাই জোঁকাৰি গৈছিল উত্তৰ অসমৰ মাজবাট আৰু ঢেকিয়াজুলি চহৰ । মাজবাটত গণ-ধৰ্ষণৰ বলি হৈছিল ১৬ বছৰীয়া কিশোৰী । ঢেকিয়াজুলিত বলাৎকাৰৰ বলি ১৫ বছৰীয়া কিশোৰী। দুয়োটা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মাজবাটৰ ঘটনাত গ্ৰেপ্তাৰ হয় মুস্তাক আহমেদ, মহিদুল ইছলাম, হাফিজুল আলী, ছাদ্দাম আলী, এহচান আহমেদ । আনহাতে ঢেকিয়াজুলিৰ ঘটনাত গ্ৰেপ্তাৰ হৈছে চহিদুল ইছলাম ।

মিঞা মুছলমানৰ অবাধ সংখ্যা বৃদ্ধি অসমীয়া সমাজৰ বাবে যে চৰম ভাবুকিৰ কাৰণ হৈ পৰিছে এই ঘটনাবোৰ তাৰেই উদাহৰণ । এচাম ধুৰন্ধৰ, লুভীয়া ৰাজনীতিকৰ পৃষ্ঠপোষকতাত অসমত খোপনি পোতা বাংলাদেশী আৰু ৰোহিংগীয়া মূলৰ মুছলমানৰ বিৰুদ্ধে কিন্তু এতিয়াও সজাগ নহয় অসমীয়া সমাজ । উদাৰতাৰ নামাৱলী পিন্ধি এই জনগোষ্ঠীটোৰ হকে ওকালতি কৰা সকলে কিন্তু পাহৰিব নালাগে ইছলাম ধৰ্মীয় নেতা, প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ কথা ।

প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ এক মন্তব্যতে স্পষ্টভাবে প্ৰকাশ পাইছে, মিঞা মুছলমান জনগোষ্ঠীৰ যুৱ সমাজৰ মাজত সোমাই পৰা অপৰাধ প্ৰৱণতাৰ কথা । এখন নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ কৈছিল- “হত্যা, ধৰ্ষণ আদিত নাম্বাৰ ওৱান মুছলমান!” “জেইলত যোৱাত নাম্বাৰ ওৱান মুছলমান!”

এই জনগোষ্ঠীটোৰ বৃহৎ সংখ্যকৰ মন-মগজু আক্ৰান্ত কৰি ৰাখিছে অপৰাধী মানসিকতায় । যেন এক পৰিকল্পিত ষড়যন্ত্ৰৰে এচাম দানৱ মেলি দিয়া হৈছে আমাৰ সমাজত । এই দানৱৰ লক্ষ্য অসমীয়া জী-বোৱাৰী, অসমীয়াৰ সা-সম্পত্তি । আৰু দিন যায় মানে জটিল হৈ গৈ আছে ৰাজ্যৰ পৰিস্থিতি।

সেয়েহে, এতিয়া সময়- সজাগ হোৱাৰ, সতৰ্ক হোৱাৰ । সময়- অসম আৰু অসমীয়াৰ প্ৰকৃত শত্ৰু কোন তাক বুজি পোৱাৰ । সময়- জনসংখ্যাৰ গাঠনি, ভৌগোলিক পৰিসৰ সৰ্বত্ৰ প্ৰভাৱিত কৰা অবৈধ অনুপ্ৰবেশকাৰী বাংলাদেশী তথা ৰোহিংগীয়া মুছলমানৰ মাজত শিপাই পৰা বিদ্বেষ নৃশংসতাক অনুধাৱন কৰাৰ ।

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App