মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা
২৬ জুলাই, শুকুৰবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব পেৰিছ অলিম্পিক। ইয়াৰ পূৰ্বে ২৫ জুলাইৰ পৰাই আৰম্ভ হৈছে অলিম্পিকৰ ফুটবল প্ৰতিযোগিতাৰ মেচসমূহ।
আজি প্ৰথমখন মেচত মৰক্কো আৰু আৰ্জেণ্টিনা মুখামুখী হয়।