হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুনৰ জিলিকিল শংকৰদেৱ শিশু নিকেতন
আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু প্ৰত্যেক বাৰৰ দৰে এইবাৰো বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতিৰ পৰিচালিত শংকৰদেৱ শিশু নিকেতনৰ বৃহৎ সাফল্য
আজি ঘোষিত ফলাফল অনুসৰি প্ৰথম দহটা স্থানৰ ভিতৰতে আঠ জনকৈ বিদ্যাৰ্থীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে । বাঁহৰঘাটৰ ছাত্ৰ শ্ৰী মচুম মেহতাবে নৱম স্থান অধিকাৰ কৰি বিদ্যালয়ৰ লগতে বিদ্যা ভাৰতীৰ সুনাম অক্ষুন্ন ৰাখে । ঘোষিত ফলাফল অনুসৰি HSLC ফলাফলত বিদ্যা ভাৰতীৰ অন্তৰ্গত বিদ্যালয়ৰ কৃতিত্ব,
স্থান লাভ কৰিবলৈ সক্ষম ৮ গৰাকী শিক্ষাৰ্থী।
৫৯১ নম্বৰেৰে তৃতীয় স্থান লাভ নলবাৰীৰ জ্যোতিস্মান দেৱ শৰ্মাৰ।
বৰভাগ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ জ্যোতিস্মান।
৫৮৬ নম্বৰেৰে ৮ম স্থানত কামৰূপ গ্ৰাম্যৰ নিখিলেশ দত্ত।
নিখিলেশ ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ
৫৮৫ নম্বৰেৰে নলবাৰীৰ মৌছুম মেহতাবৰ নৱম স্থান বাহাৰঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ
৫৮৫ নম্বৰেৰে ৯ম স্থান নলবাৰীৰ ইমন বৈশ্যৰ
ইমন বাহাৰঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ৫৮৪ নম্বৰেৰে দশম স্থানত বৰপেটাৰ পূজা বেনাৰ্জীৰ। পূজা বহৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী
৫৮৪ নম্বৰেৰে দশম স্থাম কামৰূপ গ্ৰাম্যৰ ভাৰ্গৱজ্যোতি দাস।
ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ভাৰ্গৱ।৫৮৪ নম্বৰেৰে দশম স্থানত কাৰ্বি আলংঙৰ অলিন্দিতা কলিতা।
ডিফু কীৰদাপ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী অলিন্দিতা ।