বজৰংগ দলৰ প্ৰসংষণীয় পদক্ষেপ
কভিড ১৯ ফলত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যৰ যি মহামৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাৰে পৰিপেক্ষিতত আজি চাংসাৰী থানৰ অন্তৰ্গত বোৰ্কাত বজৰংগ দলৰ প্ৰসংষণীয় পদক্ষেপ।

প্ৰায় ৫০ জন বজৰংগ কৰ্মীয়ে বোৰ্কা চকত চেনিতাইজ কৰে ।
বেংককে ধৰি বোৰ্কাৰ বহুকেইখন প্ৰতিষ্ঠানৰ লগতে চকতোৰ ইমূৰৰ পৰা সিমুৰালৈ চেনিতাইজ কৰে ।
বজৰংগ দলৰ কমলপূৰ খন্ড,আৰু বোৰ্কা খন্ডৰ উদ্দ্যোগত বোৰ্কা চকত কৰা ছেনিটাইজা কৰা কাৰ্য্যত সকলোৱে একে মুখে শলাগিছে
