News Publications অসমীয়া বাৰেলীত এটি কণমানি হিন্দু শিশুক চুন্নত কৰাৰ অভিযোগত বাতিল হল এম খান চিকিৎসালৰ অনুজ্ঞাপত্ৰ | ADMIN June 27, 2023 1 min read বাৰেলীত এটি কণমানি হিন্দু শিশুক চুন্নত কৰাৰ অভিযোগত এম খান চিকিৎসালৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে । এতিয়াৰে পৰা নতুন ৰোগীক চিকিৎসালত ভৰ্তি কৰাব নোৱাৰিব। ভৰ্তি হোৱা ৰোগীক স্থানান্তৰিত কৰাটো চিকিৎসালয় পৰিচালনাৰ দায়িত্ব। দুবছৰীয়া পুত্ৰৰ চিকিৎসাৰ বাবে ষ্টেডিয়াম ৰোডৰ এম খান হাস্পতালত উপস্থিত হৈছিল হিন্দু দম্পতীহাল। অভিযোগ অনুসৰি চিকিৎসকে পিতৃ-মাতৃক অৱগত নকৰাকৈয়ে শিশুটিৰ চুন্নত কৰে। চিএমঅ’ ডাঃ বলবীৰ সিঙে কয় যে শিশুটিৰ অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসালয় পৰিচালনা সমিতিয়ে পৰিয়ালৰ সদস্যসকলক সঠিক তথ্য দিয়া নাছিল। অভিযোগৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ কৰ্তৃপক্ষলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ’ব। Tags: #BreakingNews #NewsBharatiNe #NewsUpdate Continue Reading Previous Previous post: Indian Army releases video: Women in Manipur deliberately blocking military operations aimed to restore peaceNext Next post: 27 जून, महाराजा रणजीत सिंह पुण्यतिथि. Related News Dr. Hedgewar Ji inspired ordinary citizens to serve the Nation – Sunil Ambekar Ji Dr. Hedgewar Ji inspired ordinary citizens to serve the Nation – Sunil Ambekar Ji August 27, 2026 RSS chief sides with Gen Z, Alpha RSS chief sides with Gen Z, Alpha August 27, 2026