মেৱাৰৰ নুহ হিংসা:
মেৱাৰৰ নুহ হিংসা:
মুছলমান জেহাদিয়ে ধৰ্ম সুধি মাৰপিট কৰিছিল হস্পিতালত ৷
ৰেহাই পোৱা নাছিল ৩ বছৰীয়া কণমানিও ৷

মুছলমান জেহাদিয়ে হাতত লাঠি আৰু অস্ত্ৰ লৈ এজন যুৱকক খেদি খেদি আক্ৰমণ কৰে । উল্লেখ্য যে যুৱকজনে সেই স্থানৰ পৰা কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ গাড়ীত জেহাদিয়ে অগ্নি সংযোগ কৰে । আনকি, গাড়ীখনত থকা তিনি লাখ টকা জেহাদিয়ে লুটি নিয়ে । আনহাতে, চিকিৎসালয়ৰ বাহিৰত ৰখাই থোৱা চিকিৎসকৰ গাড়ী পৰ্যন্ত ভাঙি লণ্ড ভণ্ড কৰে মুছলমান জেহাদিয়ে । ইয়াৰ পিছতে তেওঁলোকে হস্পিটালৰ চিচিটিভি কেমেৰা ভাঙি পেলায়।
তাৰ পিছতে ৫০ জনতকৈ অধিক মুছলমান জেহাদিয়ে চিকিৎসালয়খনৰ ভিতৰত তাণ্ডৱৰ সৃষ্টি কৰে৷ অতি হিংস্ৰ হৈ থকা জেহাদিবোৰে হস্পিটালত মুছলমান স্বাস্থ্যকৰ্মীসকলক একাষৰীয়া কৰি হিন্দু ৰোগী, স্বাস্থ্যকৰ্মী আৰু চিকিৎসকক আক্ৰমণ কৰে ।
দুস্কৃতিকাৰীয়ে ডাক্তৰৰ তিনি বছৰীয়া কন্যা সন্তানকো ৰেহাই নিদি লাঠিৰে প্ৰহাৰ কৰি আহত কৰে ৷ তদুপৰি, এগৰাকী গৰ্ভৱতী মহিলাৰ হাত-ভৰিত লাঠিৰে আক্ৰমণ কৰাৰ লগতে গতা মাৰি তলত পেলাই দিয়ে । সমান্তৰালভাৱে জেহাদিবোৰে চিকিৎসালয়ৰ চাদত উঠি আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে।
