May 16, 2026

গুৱাহাটী, ১২ ডিচেম্বৰঃ এলানি বৰ্ণিল কাৰ্যসূচীৰে কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ ৷ শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে কাইলৈৰ পৰা অহা ১৫ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা সাহিত্যৰ এই মনোৰম উৎসৱত সমাহাৰ ঘটিব আলোচনা সত্ৰ, লেখক-সাহিত্যিকৰ মুখামুখি, কৰ্মশালা, প্ৰদৰ্শনী, বহুভাষিক কবিসন্মিলনৰ দৰে মনোজ্ঞ অনুষ্ঠানৰ লগতে মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ ৷ আয়োজক সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক তৰেন বড়ো আৰু সম্পাদক বিক্ৰম কলিতাই আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে অনুষ্ঠানৰ কাৰ্যসূচীসমূহ ঘোষণা কৰিছে ৷ সেই অনুসৰি কাইলৈ পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১২-১৫ বজালৈ অনুষ্ঠিত হ’ব উদ্বোধনী সত্ৰ ৷ ইয়াত আদৰণি ভাষণ আগবঢ়াব শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ সভাপতি, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট সাহিত্যিক, ড° মালিনী গোস্বামীয়ে ৷ মূল ভাষণ প্ৰদান কৰিব “থুগলক”ৰ সম্পাদক, যশস্বী নিবন্ধকাৰ স্বামীনাথন গুৰুমূৰ্তিয়ে ৷ সামৰণি ভাষণ আবঢ়াব আয়োজক সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক তৰেন বড়োৱে ৷ উদ্বোধনী সত্ৰত বৰগীত পৰিৱেশন কৰিব বিশিষ্ট শাস্ত্ৰীয় সংগীতশিল্পী বিদ্যাসাগৰে ৷ বিয়লি ১২-৩০ বজাৰ পৰা ১-৩০ বজালৈ “সংবিধান আৰু সংস্কৃতি” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট স্তম্ভ লেখক জে সাই দীপকে ৷ এই অনুষ্ঠানৰ আঁত ধৰিব প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, অধ্যাপক যোগেশ কাকতিয়ে ৷ বিয়লি ২-১৫ বজাৰ পৰা ৩-১৫ বজালৈ অনুষ্ঠিত হ’ব অন্য এখন বক্তৃতা সত্ৰ ৷ ইয়াত “ইতিহাস আৰু পুনৰীক্ষণৰ গুৰত্ব” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব অগ্ৰণী অৰ্থনীতিবিদ,জনপ্ৰিয় ইতিহাসবিদ সঞ্জীৱ সান্যালে ৷ এই অনুষ্ঠানৰ আঁত ধৰিব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ উপ-সভাপতি নয়ন ভট্টাচাৰ্যই ৷ বিয়লি ৩-৩০ বজাৰ পৰা ৪-৩০ বজালৈ বক্তৃতা সত্ৰৰ বিষয় হৈছে “ট্ৰেডমিলৰ পৰা ট্ৰেভেলেটৰলৈঃ ২০৪৭ৰ দিশত ভাৰত” ৷ ইয়াত ভাষণ আগবঢ়াব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আণৱিক চিকিৎসা বিকাশ কেন্দ্ৰৰ অধ্যাপক, প্ৰখ্যাত লেখক ড° আনন্দ ৰংগনাথনে ৷ এই সত্ৰখনত আঁত ধৰিব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ উপ-সভাপতি, বিশিষ্ট সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই ৷ বিয়লি ৪-৪৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিতব্য সাংস্কৃতিক কাৰ্যসূচীত টোকাৰী গীত পৰিৱেশ কৰিব উদীয়মান লোকশিল্পী হীৰকজ্যোতি শৰ্মাই ৷ ন-পুৰণি গীতৰ সমাহাৰত অংশগ্ৰহণ কৰিব কণ্ঠশিল্পী ববিতা শৰ্মা, কল্লোল বৰঠাকুৰ আৰু শৰৎ ৰাগে ৷ তদুপৰি সংগীত নাটক একাডেমী যুৱ বঁটা প্ৰাপক ড° কুলদীপ পাটগিৰিৰ পৰিচালনাৰে প্ৰদৰ্শিত হ’ব মুকাভিনয় ৷ দ্বিতীয় দিনা ১৪ ডিচেম্বৰত পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১২বজালৈ অনুষ্ঠিত হ’ব “ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধানঃ প্ৰযুক্তি নিৰ্ভৰশীলতা” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত সঞ্চালকৰূপে অংশগ্ৰহণ কৰিব কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰাখী কলিতা মৰলে ৷ এই সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ড° ভাস্কৰজ্যোতি শৰ্মা, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড° অৰূপ নাথে ৷ দুপৰীয়া ১২-১৫ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ অনুষ্ঠিত হ’ব “অসমৰ বৈচিত্ৰময় সমাজত ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা” শীৰ্ষক কথোপকথনৰ এটি অনুষ্ঠান ৷ এই অনুষ্ঠান সঞ্চালনা কৰিব বিশিষ্ট লেখক-গৱেষক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট অভিযন্তা, লেখক-গৱেষক প্ৰদীপ ভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° যোগেন্দ্ৰ নাথ শৰ্মা , ৰঙাপৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োৱে ৷ বিয়লি ২-১৫ বজাৰ পৰা ৩-৪৫ বজালৈ অনুষ্ঠিতব্য “পৰিৱৰ্তিত সংবাদ ক্ষেত্ৰঃ নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা” শীৰ্ষক আলোচনা সত্ৰ সঞ্চালনা কৰিব “দ্য আচাম ট্ৰিবিউন”ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাংবাদিক ৰূপম বৰুৱা, প্ৰাণজিৎ শইকীয়া, পৰাগমণি আদিত্য, নন্দন প্ৰতিম শৰ্মা বৰদলৈৱে ৷ বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৫-৩০ বজালৈ আলোচনা সত্ৰৰ বিষয় হৈছে “মনোৰঞ্জনৰ উৰ্ধত সমাজৰ বিচাৰধাৰা প্ৰতিষ্ঠাত চলচ্চিত্ৰৰ ভূমিকা” ৷ এই সত্ৰখন সঞ্চালনা কৰিব চলচ্চিত্ৰ সমালোচক, কবি অপৰাজিতা পূজাৰীয়ে ৷ ইয়াত সমল ব্যক্তিৰূপে উপস্থিত থাকিব জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা অতুল গাঙৱাৰ, জনপ্ৰিয় অভিনেতা কপিল বৰা, অৰুণাচল প্ৰদেশৰ সুদক্ষ বক্তা ডাবাং টায়েং, আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সম্ৰাট বৰা ৷ তৃতীয় দিনা ১৫ ডিচেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা ১১-৪৫ বজালৈ অনুষ্ঠিত হ’ব “সৃজনীমূলক সাহিত্যঃ গল্প লিখাৰ কাৰুকলা” শীৰ্ষক কৰ্মশালা ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট কথাশিল্পী অতনু ভট্টাচাৰ্যই ৷ ইয়াৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’বলগীয়া “অসমৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ সোপান” শীৰ্ষক কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট প্ৰকৃতিবিদ, লেখক সৌম্যদীপ দত্তই ৷ দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ অনুষ্ঠিত হ’ব “আঞ্চলিক সাহিত্য আৰু সংস্কৃতিৰ অন্বেষণঃ উত্তৰ-পূৱ ভাৰতৰ কণ্ঠ” শীৰ্ষক আলোচনা সত্ৰ ৷ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পৰী হিলৈদাৰীয়ে সঞ্চালনা কৰিবলগীয়া এই সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব ত্ৰিপুৰাৰ কবি, বিশিষ্ট লেখক অশোক দেৱ, অৰুণাচল প্ৰদেশৰ বিশিষ্ট লেখক, ৱাংচা চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক গণখু চুমনয়ন, মণিপুৰৰ কবি-গীতিকাৰ, নিবন্ধকাৰ দিলীপ মায়েংবাম, অৰুণাচলৰ ৰাজীৱ গান্ধী ক্ষেত্ৰিয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বম্পি ৰিবাই ৷ বিয়লি ২-১৫ বজাৰ পৰা ৩-১৫ বজালৈ বড়ো ভাষাৰ বিশিষ্ট কবি ৰত্নেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ভিন্নভাষী কবি সন্মিলন ৷ ইয়াত অংশগ্ৰহণ কৰিব হিন্দী, অসমীয়া, বাংলা, নেপালী, মিচিং, কাৰ্‌বি ভাষাৰ কেবাগৰাকী বিশিষ্ট কবিয়ে ৷ বিয়লি ৩-৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব স্ববোধ আৰু স্বাভিমানঃ প্ৰাগজ্যোতিষপুৰৰ সময়ৰ পৰা সাম্প্ৰতিক অসমলৈ” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, প্ৰসিদ্ধ সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপ, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্ৱাঞ্চল অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰী, কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ৷ সন্ধিয়া ৫-১৫ বজাৰ পৰা ৫-৩০ বজালৈ বৰগীত পৰিৱেশন কৰিব শাস্ত্ৰীয় কণ্ঠশিল্পী শৰৎ ৰাগে ৷ সন্ধিয়া ৫-৩০ বজাৰ পৰা ৬-৩০ বজালৈ অনুষ্ঠিত হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান আৰু সামৰণি অনুষ্ঠান ৷ ইয়াত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ লৈ সকলো পক্ষৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে ৷

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App