News Publications অসমীয়া সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱলৈ আজি মৃত্যু দিৱসত সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ৷ ADMIN July 4, 2023 1 min read এমুঠি শব্দেৰে এক মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰিব পৰাৰ ক্ষমতা থকা কবিগৰাকীয়েই হৈছে আদৰৰ “হীৰুদা”৷ আধুনিক অসমীয়া কবি তথা গীতিকাৰ হিচাপে অভিনৱ প্ৰকাশভংগীৰে তেখেতে সৃষ্টি কৰা সমলসমূহে আমাৰ সাহিত্যক যথেষ্ট সমৃদ্ধ কৰিছে৷ অসমৰ সাহিত্য ক্ষেত্ৰখনত হীৰুদাৰ অভাৱ প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে চিৰদিন অনুভৱ কৰিব যদিও তেখেতৰ অনুপম সৃষ্টিবোৰে আমাৰ মন-প্ৰাণ জীপাল কৰি ৰাখিব। Tags: হীৰেন ভট্টাচাৰ্যদেৱ Continue Reading Previous Previous post: कोई संवैधानिक पद ना होते हुए भी भारतीय राजनीति को नई दिशा दी थी संजय गांधी नेNext Next post: NIA busts Mumbai-Thane-Pune based ISIS Module, arrests 4 accused Related News Dr. Hedgewar Ji inspired ordinary citizens to serve the Nation – Sunil Ambekar Ji Dr. Hedgewar Ji inspired ordinary citizens to serve the Nation – Sunil Ambekar Ji August 27, 2026 RSS chief sides with Gen Z, Alpha RSS chief sides with Gen Z, Alpha August 27, 2026