News Publications অসমীয়া সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱলৈ আজি মৃত্যু দিৱসত সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ৷ ADMIN July 4, 2023 1 min read এমুঠি শব্দেৰে এক মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰিব পৰাৰ ক্ষমতা থকা কবিগৰাকীয়েই হৈছে আদৰৰ “হীৰুদা”৷ আধুনিক অসমীয়া কবি তথা গীতিকাৰ হিচাপে অভিনৱ প্ৰকাশভংগীৰে তেখেতে সৃষ্টি কৰা সমলসমূহে আমাৰ সাহিত্যক যথেষ্ট সমৃদ্ধ কৰিছে৷ অসমৰ সাহিত্য ক্ষেত্ৰখনত হীৰুদাৰ অভাৱ প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে চিৰদিন অনুভৱ কৰিব যদিও তেখেতৰ অনুপম সৃষ্টিবোৰে আমাৰ মন-প্ৰাণ জীপাল কৰি ৰাখিব। Tags: হীৰেন ভট্টাচাৰ্যদেৱ Continue Reading Previous Previous post: कोई संवैधानिक पद ना होते हुए भी भारतीय राजनीति को नई दिशा दी थी संजय गांधी नेNext Next post: NIA busts Mumbai-Thane-Pune based ISIS Module, arrests 4 accused Related News RSS Sarkaryavah Calls for Decolonisation of Mind at IIT Guwahati Youth Conclave RSS Sarkaryavah Calls for Decolonisation of Mind at IIT Guwahati Youth Conclave March 23, 2026 आईआईटी गुवाहाटी में युवा सम्मेलन के साथ आरएसएस शताब्दी वर्ष का आयोजन, राष्ट्र निर्माण और सभ्यतागत दायित्व पर जोर आईआईटी गुवाहाटी में युवा सम्मेलन के साथ आरएसएस शताब्दी वर्ष का आयोजन, राष्ट्र निर्माण और सभ्यतागत दायित्व पर जोर March 23, 2026