এফালে কৰণা মহামাৰীৰ ভয়ংকৰ ৰুপ আৰু আনফালে চাৰিওফালে এতিয়া বানৰ সংহাৰ। বাসগৃহৰ ভিতৰে বাহিৰে কেৱল পানী৷ কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে চলাইছে সংহাৰ। কেইবাদিনো ধৰি ঘৰ সমূহ পানীৰ তলতেই। নিশাৰ ভিতৰতে কপিলীৰ বাঢ়নী পানীয়ে পুনৰ ছিঙি নিলে দুটাকৈ মাথাউৰি৷ কামপুৰ বাৰেগোগা মাথাউৰি ওপৰেৰে বৈছে পানী। যিকোনো […]
কিমান নিষ্ঠুৰ হব পাৰে মানুহ ? কিমান হৃদয়হীন হব পাৰে মানুহ ? কিমান কঠোৰ অন্তৰৰ হলে এজন মানুহক মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে । নিজ মাতৃভূমিতে নৃশংসতাৰ বলি হব লগীয়া হল এজন অসমীয়া । পাঁচ জনকৈ নৰপিশাসৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লব লগীয়া হল এজন অসমীয়াই । এজন স্বাভিমানি অসমীয়া হৈ কৰ্ম সংস্কৃতি আকোৱালি লোৱাৰ […]
অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সনাতন ডেকাৰ সত্যকাৰী দুই অভিযুক্তক হাজোৰ মনাহকুচিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। সনাতন ডেকা নামৰ এজন পাচলি ব্যৱসায়ীক ৫ জন লোকে মিলি মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল। হত্যাকাৰী ৫জন হৈছে ফইজুল আলী, লজলিল আলী, শবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলী। সনাতন ডেকাই শ্ৰমিক হিচাপে কাম কৰিছিল এটা কোম্পানীত কিন্তু […]
আজি ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ উদ্দোগত প্ৰাদেশিক কাৰ্য্যকাৰী সমিতি, ক্ৰীড়া ভাৰতীৰ অসমৰ বিভিন্ন জিলাৰ বিষয়ববীয়া আৰু অসমৰ ক্ৰীড়াবিদ সকলৰ মাজত অসম ক্ষেত্ৰৰ মাননীয় সহ ক্ষেত্ৰ প্ৰচাৰক শ্ৰী যুত বশিষ্ঠ বুজৰবৰুৱা দেৱে অনলাইন বৌদ্ধিক প্ৰদান কৰে । সাম্প্ৰতিক সময়ৰ পৰ্যালোচনাৰ লগতে এই জটিল সময়ত আমাৰ সকলোৰে দেশৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ প্ৰতি আমাৰ কৰ্তব্য, গ্ৰামীণ […]
বৰপেটা জিলা প্ৰশাসনৰ পদক্ষেপঃ লকডাউনৰ ফলত বহৰিত আৱদ্ধ উত্তৰ প্ৰদেশৰ ৮৩ জন কৃষি শ্ৰমিক ৰেলযোগে নিজ গৃহলৈ ৰাওনা ২৪ মে, সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত জাৰি কৰা লকডাউনৰ ফলত দেশৰ শ্ৰমিকসকল গুৰুতৰ সমস্যাৰ সন্মুখীন হবলগা হৈছে ৷ লকডাউনৰ ফলত বৰপেটা জিলাৰ বহৰিত আৱদ্ধ হৈ থকা উত্তৰ প্ৰদেশৰ ৮৩ […]
নাম – সংঘপ্ৰাৰ্থনা দৃষ্টিৰ পূৰ্ণতা আৰু পাথেয়, লিখক – ডঃ শিৱ আচাৰ্য প্ৰকাশক – প্ৰাচী প্ৰকাশন, কে বি ৰোড, পল্টন বজাৰ, গুৱাহাটী – ৮ মূল্য – ২৫ টকা এই সৰু পুথিখনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাৰ্থনাৰ উচ্চাৰণ, প্ৰতিটো শব্দৰ অন্বয় – অৰ্থ সহজ ভাষাত বিশ্লেষণ কৰাৰ চেষ্টা কৰা হৈছে৷ পুথিখনে প্ৰাৰ্থনাৰ গুঢ় তত্ব উপলব্ধি কৰাত নিশ্চিত […]
কিতাপৰ নাম – চেকুলাৰিজম ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম (দ্বিতীয় সংস্কৰণ) লিখক – মূল – সীতাৰাম গোয়েল, অনুবাদক – শ্ৰী দিগন্ত বিশ্ব শৰ্মা প্ৰকাশক – প্ৰাচী প্ৰকাশন, কে বি ৰোড, পল্টন বজাৰ, গুৱাহাটী -৮ মূল্য – ৩০ টকা চেকুলাৰিজমৰ প্ৰকৃত অৰ্থ কি? চেকুলাৰিজম আৰু ৰাষ্ট্ৰদ্ৰোহ সমাৰ্থক নে? চেকুলাৰিজম শব্দটো মৌলবাদী চিন্তাধাৰাৰ ঢাল স্বৰূপ নেকি? চেকুলাৰিজমে আমাৰ […]
কিতাপৰ নাম – হিন্দুত্ব এক জীৱন পদ্ধতি প্ৰকাশক – প্ৰাচী প্ৰকাশন, কে বি ৰোড, পল্টন বজাৰ, গুৱাহাটী- ৮ মূল্য- ২৫ টকা হিন্দুত্ব ধৰ্ম নহয়, জীৱন পদ্ধতিহে — হিন্দুত্ব পন্থ নহয়, বিচাৰ ধাৰাহে — হিন্দুত্ব কোনো কল্পনা প্ৰসূত শাস্ত্ৰৰ অনুগমন নহয়, ই চিৰন্তন, বিশ্ব কল্যাণ, বিশ্ব ভ্ৰাতৃত্ব আদিৰ পথ প্ৰদৰ্শক — এই সকলো বিলাক কথা এই […]
Comments