Articles Posted in the " অসমীয়া " Category



  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুনৰ জিলিকিল শংকৰদেৱ শিশু নিকেতন

    হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুনৰ জিলিকিল শংকৰদেৱ শিশু নিকেতন

    হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুনৰ জিলিকিল শংকৰদেৱ শিশু নিকেতন আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু প্ৰত্যেক বাৰৰ দৰে এইবাৰো বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতিৰ পৰিচালিত শংকৰদেৱ শিশু নিকেতনৰ বৃহৎ সাফল্য আজি ঘোষিত ফলাফল অনুসৰি প্ৰথম দহটা স্থানৰ ভিতৰতে আঠ জনকৈ বিদ্যাৰ্থীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে । বাঁহৰঘাটৰ ছাত্ৰ শ্ৰী মচুম মেহতাবে […]


  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ যোৱা ২৪ ঘন্টাত ২৬৫ গৰাকী লোকে প্ৰাণ হেৰুৱালে।

    ভাৰতত কোৰোনাত আক্ৰান্ত হৈ যোৱা ২৪ ঘন্টাত ২৬৫ গৰাকী লোকে প্ৰাণ হেৰুৱালে।

    ভাৰতত কোৰোনাত আক্ৰান্ত হৈ যোৱা ২৪ ঘন্টাত ২৬৫ গৰাকী লোকে প্ৰাণ হেৰুৱালে। ইফালে নতুনকৈ আক্ৰান্ত হ’ল ৭,৯৬৪ গৰাকী লোক। ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ১,৭৩,৪৯১ গৰাকী লোক। ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৯৮০ জনলৈ বৃদ্ধি। এতিয়ালৈকে আৰোগ্য হৈছে ৮২,৬২৭ গৰাকী লোক। অসমতো শুকুৰবাৰে ১৭৭ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। অসমত কোৰোনাত আক্ৰান্ত […]


  • মেঘালয়ৰ চৰকাৰী চাকৰিয়াল সকলৰ বাবে সুখবৰ

    মেঘালয়ৰ চৰকাৰী চাকৰিয়াল সকলৰ বাবে সুখবৰ

    মেঘালয়ৰ চৰকাৰী চাকৰিয়াল সকলৰ বাবে সুখবৰ-ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিয়াল সকলৰ মে মাহৰ বেতন কৰ্তন নকৰাৰ বুধবাৰে সিদ্ধান্ত গ্ৰহন কৰে। এই মে মাহৰ বেতন জুন মাহত দিব বুলি জানিব দিয়ে।দেশ জুৰি চলি থকা COVID-19ৰ বাবে বাহাল থকা লক ডাউন আৰু অপ্ৰত্যাশিত অৰ্থনৈতিক দুৰ্য্যোগৰ বাবে,ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ দৰমহা কৰ্তন কৰা হৈছিল বুলি মেঘালয়ৰ মূখ্যমন্ত্রী কনৰাড চাংমাই এখন […]


  • তিনিচুকীয়া জিলাত পুণৰ ১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

    তিনিচুকীয়া জিলাত পুণৰ ১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

    আজি কিছু সময়ৰ আগত তিনিচুকীয়া জিলাত পুণৰ ১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১৪ জন ডুমডুমাৰ আৰু ৩ জন শদিয়াৰ ৷আটাইকে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰক্ৰিয়া যাতে সুক্ষ্মভাৱে হয় আৰু সেয়া সুনিশ্চিত কৰাৰ বাবে তিনিচুকীয়া জিলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ […]


  • এফালে কৰণা মহামাৰীৰ ভয়ংকৰ ৰুপ আৰু আনফালে চাৰিওফালে এতিয়া বানৰ সংহাৰ

    এফালে কৰণা মহামাৰীৰ ভয়ংকৰ ৰুপ আৰু আনফালে চাৰিওফালে এতিয়া বানৰ সংহাৰ

    এফালে কৰণা মহামাৰীৰ ভয়ংকৰ ৰুপ আৰু আনফালে চাৰিওফালে এতিয়া বানৰ সংহাৰ। বাসগৃহৰ ভিতৰে বাহিৰে কেৱল পানী৷ কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে চলাইছে সংহাৰ। কেইবাদিনো ধৰি ঘৰ সমূহ পানীৰ তলতেই। নিশাৰ ভিতৰতে কপিলীৰ বাঢ়নী পানীয়ে পুনৰ ছিঙি নিলে দুটাকৈ মাথাউৰি৷ কামপুৰ বাৰেগোগা মাথাউৰি ওপৰেৰে বৈছে পানী। যিকোনো […]


  • কিয় আক্ৰমণৰ চিকাৰ হৈছিল সনাতন ডেকাই ?

    কিয় আক্ৰমণৰ চিকাৰ হৈছিল সনাতন ডেকাই ?

    কিমান নিষ্ঠুৰ হব পাৰে মানুহ ? কিমান হৃদয়হীন হব পাৰে মানুহ ? কিমান কঠোৰ অন্তৰৰ হলে এজন মানুহক মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে । নিজ মাতৃভূমিতে নৃশংসতাৰ বলি হব লগীয়া হল এজন অসমীয়া । পাঁচ জনকৈ নৰপিশাসৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লব লগীয়া হল এজন অসমীয়াই । এজন স্বাভিমানি অসমীয়া হৈ কৰ্ম সংস্কৃতি আকোৱালি লোৱাৰ […]


  • অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সনাতন ডেকাৰ সত্যকাৰী দুই অভিযুক্তক

    অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সনাতন ডেকাৰ সত্যকাৰী দুই অভিযুক্তক

    অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সনাতন ডেকাৰ সত্যকাৰী দুই অভিযুক্তক হাজোৰ মনাহকুচিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। সনাতন ডেকা নামৰ এজন পাচলি ব্যৱসায়ীক ৫ জন লোকে মিলি মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল। হত্যাকাৰী ৫জন হৈছে ফইজুল আলী, লজলিল আলী, শবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলী। সনাতন ডেকাই  শ্ৰমিক হিচাপে কাম কৰিছিল এটা কোম্পানীত কিন্তু […]