Articles Posted in the " 2020 " Category

  • ভাৰতৰ যুদ্ধংদেহী ৰূপ দেখি পিছুৱালে চীনে

    ভাৰতৰ যুদ্ধংদেহী ৰূপ দেখি পিছুৱালে চীনে সীমান্তত সেনাৰ সঞ্চালন বৃদ্ধি ভাৰতক চুবুৰীয়া ৰাষ্ট্ৰ চীনে বহু সময়ত ৰঙা চকু দেখুৱাই আহিছে যদিও শেহতীয়াকৈ ভাৰত চৰকাৰৰ কঠোৰ স্থিতি আৰু সেনাৰ প্রত্যাহ্বানৰ বাবে চীনে দম্ভালি এৰিবলৈ বাধ্য হৈছে । অৰুণাচল, লাডাখ সীমান্তৱৰ্তী এলেকাত ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ পূৰ্বৰে পৰাই চলি আহিছে । ১৯৬২ চনত হোৱা যুদ্ধৰ […]