সাম্প্রতিক কভিড পৰিস্থিতিৰ জটিলতাৰ বাবে শক্তিপীঠ কামাখ্যাধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা৷ ইয়াৰ পৰিৱৰ্তে পৰম্পৰাগতভাৱে বৈদিক ৰীতি–নীতিৰে অম্বুবাচীৰ পূজা অর্চনা কৰা হ’ব বুলি কামাখ্যা মন্দিৰৰ দলৈ মোহিত শর্মাই জানিবলৈ দিছে৷ এইবাৰ অম্বুবাচীৰ প্রবৃত্তিৰ সময় ২২ জুনৰ দুপৰীয়া ২ বাজি ৬ মিনিট ২৯ ছেকেণ্ডত৷ নিবৃত্তিৰ সময় ২৬ জুনৰ পুৱতি নিশা ২ বজাতি ২৯ মিনিট ৯ ছেকেণ্ডত। উল্লেখ্য, […]
Comments