ডিজিটেল ডেস্ক : ৰাজ্যত আজি ৩য় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব । উল্লেখযোগ্য যে এই ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই প্ৰতিটো কেন্দ্ৰত নাগৰিকসকলে ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । আনহাতে ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই ভোটদান কৰে কোকৰাঝাৰৰ ইউ পি পি এলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী। লগতে বঙাইগাঁৱত ভোটদান সাব্যস্ত কৰে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে । ইফালে গুৱাহাটীতো […]
ডিজিটেল সংবাদ,গুৱাহাটী, ৬ এপ্ৰিল: অসমত আজি অনুষ্ঠিত হয় অন্তিমটো অৰ্থাৎ তৃতীয় পৰ্যায়ৰ ভোটদান পৰ্ব । উল্লেখ্য যে এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই পুৱাই অসমীয়া সাজপাৰ পিন্ধি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে জালুকবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইফালে প্ৰাৰ্থী গৰাকীয়ে নিজৰ পৰিয়ালসহ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল শৰ্মাৰ লগতে জীৰ সৈতে […]
ডিজিটেল ডেস্ক : ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্প্ৰতি অনুষ্ঠিত হয়। ইফালে এই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ নিজৰ ভোট দিবলৈ পুৱাই আজি ভোটাৰ সকল কেন্দ্ৰসমূহত উপস্থিত হয় । আনহাতে তাৰ মাজতে আজি গুৱাহাটীত ৪৪ গৰাকীকৈ কিন্নৰে নিজৰ নিজৰ ভোটাধিকাৰবোৰ চাৰিটা সমষ্টিত সাব্যস্ত কৰে । উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কিন্নৰসকলৰ সুবিধাৰ্থে ভোটদান আগবঢ়াবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সহযোগিতাৰে পৃথক ভোটকেন্দ্ৰৰ […]
Comments