Articles Posted in the " BJP MLA " Category

  • বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা কৰণা পজিটিভ

    বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা কৰণা পজিটিভ ।সমগ্ৰ বিশ্বতে কৰণা মহামাৰীৰ সংক্ৰমণ চলি থকা সময়তে অসমৰ এটা বিধান সভা সমষ্টিত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।কাৰণ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা সংক্ৰমিত হৈছে কৰণাত ।আৰু তাকে লৈয়ে বিধান সভা সমষ্টিটোত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।কৰণা মহামাৰীৰ এই সময়ত ৰাজ্যত লকডাউন আৰম্ভ হোৱাৰে পৰা বিধায়ক জনে […]